Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ ‘আপ’ৰ প্ৰতিক্ৰিয়া

বাংলাদেশী বহিস্কাৰ, আন্তঃৰাজ্যিক সীমা সমস্যা, জনজাতিকৰণ সন্দৰ্ভত পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণৰ আহ্বান

publisher by publisher
February 22, 2025
in Assam, India, News
Reading Time: 2 mins read
0
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ ‘আপ’ৰ প্ৰতিক্ৰিয়া
4
SHARES
42
VIEWS
ShareShareShareShare

RelatedPosts

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ

App Assam Pressmeet:

এডভান্টেজ অসম ২.০ বিনিয়োগ সন্মিলন উদ্বোধন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব। অসম ভ্ৰমণৰ এই সময়চোৱাতে প্ৰধানমন্ত্ৰী গৰাকীয়ে সৰুসজাই ষ্টেডিয়ামত অসমৰ চাহ জনগোষ্ঠী, আদিবাসী সকলৰ ঝুমুৰ নৃত্যৰ অনুষ্ঠান উপভোগ কৰিব। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কাৰ্যসূচীলৈ আদৰণি জনাইছে আম আদমী পাৰ্টিয়ে।

ADVERTISEMENT

শনিবাৰে আপৰ ৰাজ্যিক কাৰ্যালয়ত দলৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ডাঃ ভবেন চৌধুৰীয়ে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত আপৰ জ্যেষ্ঠ নেতাগৰাকীৰ প্ৰশ্ন , “২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পূৰ্বে ১৬ মে’ৰ ভিতৰত অবৈধ বাংলাদেশী বিতাড়ন কৰা হ’ব বুলি অসমবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই প্ৰতিশ্ৰুতিৰ কি হ’ল? CAA প্ৰণয়নৰ জৰিয়তে মোদী চৰকাৰে বাংলাদেশী বহিস্কাৰৰ পৰিবৰ্তে বাংলাদেশী নাগৰিকক সংস্থাপন কৰাৰ বাবে ব্যৱস্থা কৰিলে। অসমবাসীৰ প্ৰতি এই প্ৰৱঞ্চনা কিয়? অসম চুক্তিৰ ৬ নং দফা ৰূপায়নক লৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ গৃহ দপ্তৰে বৰ্তমানলৈকে গ্ৰহণ কৰা নাই। অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষাৰ প্ৰশ্নত প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সোপাঢিলা নীতি কিয়?”

সংবাদমেলত ডাঃ চৌধুৰীয়ে অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দীৰ্ঘ দিনৰ পৰা আভুৱা ভাঁৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে। প্ৰধানমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণৰ কাৰ্যসূচীৰ মাজতে জনজাতিকৰণৰ বিষয়টোত চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিবলৈ তেওঁ দাবী জনায়।

প্ৰধান মন্ত্ৰী মোদী আৰু বিজেপি দলে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ উত্থাপন কৰি আপৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ডাঃ ভবেন চৌধুৰীয়ে কয়, “ক্ষমতাত অধিষ্ঠিত হোৱাৰ পূৰ্বে বিজেপিয়ে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰি বান – গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিগত দিনত এই প্ৰতিশ্ৰুতি ৰূপায়ন কৰা নাই। বিধ্বংসী বানে অসম বিধ্বস্ত কৰাৰ সময়তো প্ৰধানমন্ত্ৰী মোদীয়ে অসমবাসীৰ খবৰ ল’বলৈ আহৰি পোৱা নাই। অথচ আজি অসমৰ ঝুমুৰ নৃত্য উপভোগ কৰিবলৈ সময় উলিয়াব পাৰিছে।

প্ৰধানমন্ত্ৰীয়ে কথাই কথাই উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষী বুলি কয়। কিন্তু অষ্টলক্ষীৰ সন্তানৰ সমস্যা সমাধানত তেওঁৰ আন্তৰিকতা নাই। অসমৰ আন্তঃৰাজ্যিক সীমা সমস্যা, ৰাজ্যৰ নিৱনুৱা সমস্যা, আদিৰ সমাধানত কোনোদিনে গুৰুত্ব দিয়া নাই কেন্দ্ৰীয় চৰকাৰে।

সংবাদমেলত মণিপুৰৰ প্ৰসংগ উত্থাপন কৰি ডাঃ চৌধুৰীয়ে কয়, প্ৰায় এবছৰ ধৰি মণিপুৰ জ্বলি থকাৰ সময়ত মণিপুৰবাসীৰ সমস্যাৰ বুজ ল’বলৈ এদিনো উত্তৰ পূৱলৈ নহা প্ৰধানমন্ত্ৰীৰ উত্তৰ -পূৰ্বাঞ্চলৰ প্ৰতি যে প্ৰকৃততে আন্তৰিকতা নাই সেই কথা স্পষ্ট হৈছে। ঝুমুৰ নৃত্য কাৰ্যসূচী উপভোগ কৰিবলৈ আহোতে প্ৰধানমন্ত্ৰীয়ে এবাৰ মণিপুৰ ভ্ৰমণ কৰি আহক। কিমান মানুহৰ ঘৰ জ্বলিল, কিমান জনৰ মৃত্যু হ’ ল, কিমান মহিলা ধৰ্ষিতা হ’ল সেই খবৰ লওঁক। প্ৰধানমন্ত্ৰীয়ে পাহৰি যোৱা উচিত নহয় যে মণিপুৰো ভাৰতৰ অংগৰাজ্য। মণিপুৰো আমাৰ নিজৰ।

সংবাদমেলত দলৰ ৰাজ্যিক উপ-সভাপতি অনুৰূপা ডেকাৰজাই চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য চাবলৈ অহা প্ৰধানমন্ত্ৰীক চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। চাহ বাগিচা অঞ্চলত স্থাপিত মডেল স্কুলৰ আন্তঃগাঁথনি নিৰ্মাণৰ লগতে শৈক্ষিক মান উন্নত কৰাৰ বাবে চৰকাৰক গুৰুত্ব প্ৰদান কৰিবলৈ ডেকাৰজাই আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AAp AssamAddressing Aap Leader Anurupa DekarajaGuwahatiNational joint Secy Bhaben ChoudhuryPressmeet
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d