নিৰ্বাচনৰ বাবে অসমলৈ ৩৩টা কেন্দ্ৰীয় নিৰাপত্তা বাহিনী প্ৰেৰণ

images 5

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসমলৈ প্ৰেৰণ কৰিছে নিৰাপত্তা বাহিনীৰ অতিৰিক্ত ৩৩টা কোম্পানী। ইয়াৰ অধিকাংশ ৰাজ্যত উপস্থিত হৈছে।  এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহুয়ে। তেওঁ কয় যে কেন্দ্ৰীয় গৃহ বিভাগে এই পৰ্যন্ত ৩৩টা কেন্দ্ৰীয় বাহিনী আবন্টন দিছে। প্ৰয়োজন হলে অধিক বাহিনী প্ৰেৰণ কৰিব।

ADVERTISEMENT
Exit mobile version