UNSC: ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানক সন্ত্ৰাসবাদী দেশ হিচাপে উদঙাই দিবলৈ ওলাইছে ভাৰতে।
ADVERTISEMENT
ভাৰতে পহলগামকে ধৰি ভাৰতৰ মাটিত একাধিক সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তান পোনপটীয়াকৈ জড়িত হোৱাৰ সকলো প্ৰমাণ ৰাষ্ট্ৰসংঘত দাখিল কৰিব।
সূত্ৰ অনুসৰি অহা সপ্তাহত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা।
এই সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তান জড়িত থকাৰ সকলো প্ৰমাণ দাখিল কৰিবলৈ তালৈ এটা দল প্ৰেৰণ কৰিছে ভাৰত চৰকাৰে ।


































