মঙ্গলবাৰে লোকসভা নিৰ্বাচনৰ তৃতীয় অৰ্থাৎ অন্তিম পৰ্যায় । অন্তিম পৰ্যায়ৰ এই নিৰ্বাচনৰ আগে আগে সোমবাৰে গুৱাহাটী ৰে’লৱে ষ্টেচনত আটক কৰা হয় ৮ গৰাকীকৈবাংলাদেশী নাগৰিক ।অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা এই বাংলাদেশী নাগৰিক কেইজনক ৰে’লৱে আৰক্ষী আৰু সীমান্ত শাখাৰ বিষয়াই আটক কৰে ।প্ৰাপ্ত খবৰ অনুসৰি যোৱা ২০ এপ্ৰিলত অবৈধভাৱে ত্ৰিপুৰা সীমান্তইদি ভাৰতত প্ৰৱেশ কৰিছিল লোককেইজনে। ত্ৰিপুৰাৰ আগৰতলা পৰা বাছেৰে আহি সোমবাৰে উপস্থিত হৈছিল গুৱাহাটীত |আটকধীন লোককেইজনৰ পৰা উদ্ধাৰ কৰা হৈছে ভুৱা আধাৰ কাৰ্ড |
অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গুৱাহাটী ৰে’লৱে ষ্টেচনত আটক বাংলাদেশী নাগৰিক
-
By publisher

- Categories: Uncategorized
Related Content
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
By
publisher
April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
By
publisher
April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
By
publisher
April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
By
publisher
April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত 'থাৰ'ৰ খুন্দাত প্রাণ গ'ল আঢ়ৈ বছৰীয়া কণমানি
By
publisher
April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
By
publisher
April 24, 2026