গোলাঘাটৰ টেটেলিতলৰ বাঁহবাৰীত ভয়াবহ পথ দুৰ্ঘটনা

গোলাঘাটৰ টেটেলিতলৰ বাঁহবাৰীত আজি ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়।

।এখন স্কুটি আৰু বাইকৰ মাজত মুখা মুখী সংঘৰ্ষ।গমাৰীৰ বুদ্ধ দাসৰ অৱস্থা অতি সংকট জনক।আনহাতে গোলাঘাট উদয় নগৰৰ বুবুল আলি আৰু শালমৰাৰ ইমৰাণ খানৰ অৱস্থাও সংকটজনক। বৰ্তমান তিনিও গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন।

Exit mobile version