Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Governor inaugurates Hans Renal Care Center at Red Cross Hospital:গুৱাহাটীৰ ৰেডক্ৰছ হাস্পতালত হান্স ৰেনাল কেয়াৰ চেণ্টাৰ উদ্বোধন ৰাজ্যপালৰ

publisher by publisher
January 10, 2025
in Assam, India, News
Reading Time: 3 mins read
0
Governor inaugurates Hans Renal Care Center at Red Cross Hospital:গুৱাহাটীৰ ৰেডক্ৰছ হাস্পতালত হান্স ৰেনাল কেয়াৰ চেণ্টাৰ উদ্বোধন ৰাজ্যপালৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Landslides in the Guwahati Again:মহানগৰীত পুনৰ ভূমিস্খলনৰ ঘটনা

Governor inaugurates Hans Renal Care Center at Red Cross Hospital:

স্বাস্থ্যসেৱাৰ সুলভতাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপে দ্য হান্স ফাউণ্ডেশ্যন (টিএইচএফ) আৰু ইণ্ডিয়ান ৰেড ক্ৰছ ছ’চাইটি (আইআৰচিএছ), আছাম ষ্টেট ব্রাঞ্চ (এএছবি) য়ে গুৱাহাটীৰ চান্দমাৰীৰ ৰেড ক্ৰছ হাস্পতালত মুকলি কৰে হান্স ৰেনাল কেয়াৰ চেণ্টাৰ।

ADVERTISEMENT

উল্লেখ্য যে, অঞ্চলটোৰ স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা পূৰণত এক উল্লেখযোগ্য ভূমিকা পালন কৰি অত্যাধুনিক প্রযুক্তিৰে সজ্জিত এই ডায়েলাইছিছ কেন্দ্রটোৱে বিনামূলীয়া উচ্চমানৰ ৰেনাল কেয়াৰ সেৱা প্ৰদান কৰিব।

এই ৰেনাল কেয়াৰ চেণ্টাৰটো উদ্বোধন কৰে অসমৰ ৰাজ্যপাল তথা আই আৰ চি এছ, এ এছ বিৰ সভাপতি লক্ষ্মণ প্রসাদ আচার্যই। এই অনুষ্ঠানত উপস্থিত থাকে ইণ্ডিয়ান ৰেডক্ৰছ ছ’চাইটিৰ আছাম ষ্টেট ব্ৰাঞ্চৰ সভাপতি এ কে অবছৰ হাজৰিকা, দ্য হান্স ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া সন্দীপ জে কাপুৰ, পদ্মশ্ৰী অজয় কুমাৰ দত্ত, হান্স ফাউণ্ডেশ্যনৰ জ্যেষ্ঠ সঞ্চালক বিজয় জামৱাল আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল।

এই মুহূৰ্তটো অসমৰ স্বাস্থ্যসেৱাৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। দীর্ঘদিনীয়া বৃক্কৰ ৰোগত আক্রান্ত লোকসকলৰ বাবে হান্স ৰেনাল কেয়াৰ চেণ্টাৰ হৈছে এক নতুন আশাৰ কিৰণ। অত্যাধুনিক ডায়েলাইছিছ প্রযুক্তিৰে সজ্জিত এই কেন্দ্ৰটোৱে মূলতঃ পিছপৰা সম্প্রদায়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব আৰু তেওঁলোকক বিনামূলীয়াকৈ অত্যাৱশ্যকীয় চিকিৎসা সেৱা প্ৰদান কৰিব।

দ্য হান্স ফাউণ্ডেশ্যন আৰু ইণ্ডিয়ান ৰেড ক্ৰছ ছ’চাইটি (আইআৰচিএছ), আছাম ষ্টেট ব্ৰাঞ্চৰ কৌশলগত সহযোগিতাৰে এই পদক্ষেপ ৰূপায়ণ কৰা হৈছে। হান্স ফাউণ্ডেশ্যনৰ চিইঅ’ সন্দীপ জে কাপুৰে কয় “আমাৰ মিছন হৈছে তেওঁলোকৰ আৰ্থ- সামাজিক অৱস্থা যিয়েই নহওঁক কিয়, কিন্তু প্রতিজন ব্যক্তিক জীৱন ৰক্ষাকাৰী স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰা। এই ডায়েলাইছিছ কেন্দ্ৰটো আমাৰ এই প্ৰতিশ্ৰুতিৰে প্রতীক, যিয়ে আমাক মানুহৰ মাজলৈ গুণগত স্বাস্থ্যসেৱা লৈ যাবলৈ আৰু সমাজক সবলীকৰণ আৰু আশাৰ প্ৰেৰণা যোগাবলৈ উৎসাহিত কৰিছে।”

ইফালে, আই আৰ চি এছ, আছাম ষ্টেট ব্ৰাঞ্চৰ সাধাৰণ সম্পাদক দেৱ প্ৰসাদ শর্মাই কয়, “হান্স ফাউণ্ডেশ্যনৰ সৈতে এই অংশীদাৰিত্ব অসমত স্বাস্থ্যসেৱা প্ৰদানৰ উন্নতিৰ বাবে আমাৰ প্ৰচেষ্টাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। চান্দমাৰীৰ ৰেড ক্ৰছ হাস্পতালৰ এই নতুন ডায়েলাইছিছ কেন্দ্ৰটোৱে কেৱল গুৰুত্বপূৰ্ণ চিকিৎসা প্ৰদান কৰাই নহয়, মানৱতা আৰু সেৱাৰ বিকন হিচাপেও পৰিগণিত হ’ব।”

উল্লেখ্য যে, হান্স ৰেনাল কেয়াৰ চেণ্টাৰৰ লগতে একে স্থানতে উদ্বোধন কৰা হৈছে ৰেড ক্ৰছ ফিজিঅ’থেৰাপি চেণ্টাৰো। এই কেন্দ্ৰটোৱে শাৰীৰিক অক্ষমতা, আঘাত, বা দীর্ঘদিনীয়া অৱস্থাৰ বাবে পুনর্বাসনৰ বাবে বিস্তৃত সেৱা আগবঢ়াব। অত্যাধুনিক সা- সুবিধা আৰু অভিজ্ঞ ফিজিঅ’থেৰাপিষ্টেৰে সজ্জিত এই কেন্দ্ৰটোৱে ৰোগীৰ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্রত বিশেষ ভূমিকা গ্ৰহণ কৰিব।

আই আৰ চি এছ, আছাম ষ্টেট ব্ৰাঞ্চৰ অধ্যক্ষ এ কে অবছৰ হাজৰিকাই কয়, “ৰেড ক্ৰছ ফিজিঅ’থেৰাপি চেণ্টাৰৰ উদ্বোধন অসমৰ জনসাধাৰণৰ মাজলৈ ব্যাপক আৰু সুলভ স্বাস্থ্যসেৱাৰ সমাধান আনিবলৈ আমাৰ দায়বদ্ধতাৰ প্ৰতীক। আমি নিশ্চিত যে এই কেন্দ্ৰটোৱে শাৰীৰিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ব্যক্তিসকলৰ গতিশীলতা, শক্তি, আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিব, আৰু তেওঁলোকক সুস্থ আৰু অধিক অর্থপূর্ণ জীৱন যাপন কৰাত সহায় কৰিব।”

মন কৰিবলগীয়া যে, ক্র’নিক কিডনী ডিজিজ (চিকেডি) হৈছে অসমত এক ভয়াৱহ স্বাস্থ্যজনিত সমস্যা। সুলভ মূল্যৰ ডায়েলাইছিছ সেৱাৰ অভাৱে ৰোগীৰ বাবে বিশেষকৈ অর্থনৈতিকভাৱে পিছপৰা সম্প্ৰদায়ৰ বাবে সমস্যাটো আৰু অধিক বৃদ্ধি কৰি আহিছে। এই জৰুৰী প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত হান্স ৰেনাল কেয়াৰ চেণ্টাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

এই পদক্ষেপৰ উপৰিও দ্য হান্স ফাউণ্ডেচনে স্বাস্থ্য, শিক্ষা, আৰু জীৱিকাৰ ক্ষেত্ৰত পৰিৱৰ্তনশীল কাৰ্যৰ্যকলাপৰ জৰিয়তে সামাজিক উন্নয়নত অগ্রণী ভূমিকা পালন কৰি আহিছে। মাত্ৰ ডেৰ বছৰৰ ভিতৰতে উত্তৰ-পূব ভাৰতত দ্য হান্স ফাউণ্ডেশ্যনৰ গুৱাহাটী অধ্যায়টোৱে যথেষ্ট প্রভাৱ পেলাবলৈ সক্ষম হৈছে। তেওঁলোকৰ পদক্ষেপ সমূহৰ ভিতৰত আছে হান্স ৰেনাল কেয়াৰ চেণ্টাৰ, হান্স মোবাইল মেডিকেল ইউনিট, হান্স হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ, হান্স উত্তম শিক্ষা প্রজেক্ট, হান্স লাইভলিহুড আৰু বিভিন্ন বিশেষভাৱে সক্ষমতা সম্পর্কীয় কার্যসূচী।

২০০৯ চনত স্থাপিত এই ফাউণ্ডেশ্যনে স্বাস্থ্য, শিক্ষা, জীৱিকা, অক্ষমতা, আৰু দুর্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত কৰা প্ৰভাৱশালী কামৰ জৰিয়তে বিগত ১৫ বছৰত লাখ লাখ লোকৰ জীৱনক ৰূপান্তৰিত কৰিছে। ফাউণ্ডেশ্যনে ৪০০ৰো অধিক তৃণমূল পর্যায়ৰ সংস্থাক সহায় কৰিছে আৰু ১২খন ৰাজ্য চৰকাৰৰ সৈতে অংশীদাৰিত্ব কৰি ২২খন ৰাজ্যৰ ৩.৭ কোটি লোকৰ ওপৰত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।

১৯২০ চনত প্রতিষ্ঠা হোৱা ইণ্ডিয়ান ৰেড ক্ৰছ ছ’চাইটি হৈছে চৰকাৰৰ সহায়ত পৰিচালিত আৰু মানৱতা, অপক্ষপাত, নিৰপেক্ষতা, স্বাধীনতা, স্বেচ্ছামূলকতা, ঐক্য আৰু সাৰ্বজনীনতাৰ সাতটা নীতিৰ দ্বাৰা পৰিচালিত এক স্বায়ত্ত শাসিত সংগঠন। ৩৬ টা জিলা শাখা আৰু ৫,০০০ৰো অধিক স্বেচ্ছাসেৱকৰে সৈতে আছাম ষ্টেট ব্রাঞ্চে গুৰুত্বপূৰ্ণ সামূহিক স্বাস্থ্য প্রকল্প পৰিচালনা কৰে।

ইয়াৰ অৱদানৰ ভিতৰত আছে ১৯৬৫ চনত স্থাপিত গুৱাহাটীৰ চান্দমাৰীৰ ৰেডক্ৰছ হাস্পতাল। ইয়াত শিশুৰ যত্ন, প্ৰসূতিৰ যত্ন, শিশু চিকিৎসা আৰু সামূহিক চিকিৎসাৰ ব্যৱস্থা কৰা হয়। ইয়াৰ উপৰিও উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি ৰেড ক্ৰছ নার্চিং ট্রেইনিং চেণ্টাৰে ১৯৫৬ চনৰ পৰা অক্সিলিয়াৰী নার্চিং এণ্ড মিডৱাইফাৰী (এএনএম) পাঠ্যক্ৰমৰ জৰিয়তে স্বাস্থ্যসেৱাৰ পেছাদাৰী প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Governor inauguratesGuwahati ChandmariHans Renal Care CenterRed Cross Hospital
publisher

publisher

Related Posts

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d