লোকসভা নিবাচন সন্দৰ্ভত যাদুকৰ বিক্ৰমৰ আগতীয়াকৈ নিৰ্বাচনী ফলাফল।নিৰ্বাচনী ফলাফল বন্ধ কৰিলে এটা বাকচত।বাকচটো মুকলি কৰা হব ১০ দিন পিছত।অসমৰ লগতে উত্তৰ পূৱৰ ৬খন ৰাজ্যৰ ২৪ সমষ্টিৰ নিৰ্বাচনী ফলাফল বন্ধী বাকচ টো খোলা হব নিৰ্বাচনী ফলাফল ঘোষণাৰ এদিন পিছত অৰ্থাৎ ২৪ মেত।

ADVERTISEMENT
Exit mobile version