ড্ৰাগছ ব্যৱসায়ত জড়িত চলচ্চিত্ৰ অভিনেতা #watch video

ড্ৰাগছ ব্যৱসায়ত জড়িত চলচ্চিত্ৰ অভিনেতা।

ড্ৰাগচ সহ ৫জনক আটক মহানগৰ আৰক্ষীৰ।

উজান বজাৰ চাৰিআলিৰ অভিনেতা নিৰেন শৰ্মাৰ ঘৰৰ পৰা নিৰেন শৰ্মাসহ লতাশিল আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰে।

নিৰেন শৰ্মা এগৰাকী অভিনেতা।

হিয়া দিয়া নিয়া ,যৌৱনে আমনি কৰে আদিকে ধৰি বহু ছবিত অভিনয় কৰিছিল।

Exit mobile version