Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ASSAM FLOOD: ড০ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহত অসমত এইবছৰ ২৪৫ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ’ব – মন্ত্ৰী পীযুষ হাজৰীকা

ড০ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহত অসমত এইবছৰ ২৪৫ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ’ব - মন্ত্ৰী পীযুষ হাজৰীকা

publisher by publisher
January 8, 2025
in Assam, News, Politics
Reading Time: 1 min read
0
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Pm Narenda Modi:অসমক কেন্দ্ৰৰ সকলো সহায়ৰ আশ্বাস মোদীৰ

Assam Flood:প্রথম বানৰ কৱলত ১৯ জিলা পুনৰ দুজনৰ মৃত্যু, সতর্ক থাকিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান

‘বানমুক্ত গুৱাহাটী’ ৰ নামত চলিল কোটি কোটি টকাৰ লুণ্ঠন ! 

ASSAM FLOOD:  ‘ড০ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহত অসমত এইবছৰ ২৪৫ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ’ব । খেতি কৰিবলৈও আমি বানমুক্ত হ’ব লাগিব, উদ্যোগ আনিবলৈও বানমুক্ত হ’ব লাগিব । উদ্যোগ নহ’লে, খেতি নহ’লে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰো।’ মন্ত্ৰী পীযুষ হাজৰীকা ।

ADVERTISEMENT

বুধবাৰে জোনাইত ১৫ কিল’মিটাৰ দৈৰ্ঘ‍্যৰ নতুন মথাউৰি নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ অনুষ্ঠান উপলক্ষে আয়োজিত ৰাজহুৱা সভাত উপস্থিত থাকি ভাষণ প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰীকাই কয়, “যেতিয়া বানপানী হয়, মথাউৰি ভাগে মোৰ মনটো বেয়া হৈ থাকে। কিয়নো মই বিভাগটোৰ মন্ত্ৰী। বিভাগটোৰ মন্ত্ৰী হৈ যদি মই মানুহক বানপানীৰ পৰা ৰক্ষা কৰিব নোৱাৰো, গৰাখহনীয়াৰ পৰা যদি ৰক্ষা কৰিব নোৱাৰো, তেতিয়া মই যেন ক’ৰবাত ব্যৰ্থ, তেনেকুৱা অনুভৱ হয়। আজি মোৰ কাৰণে এটা ভাল খবৰ। আপোনালোকৰ কাৰণে যিমান ভাল খবৰ, মোৰ কাৰণেও এটা ভাল খবৰ। কিয়নো আজি জোনাইত ১৫ কিল’মিটাৰ দৈৰ্ঘ‍্যৰ নতুন মথাউৰি নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰা হ’ব। যেতিয়া বানপানী হয়, মথাউৰি ভাগে মোৰ মনটো বেয়া হৈ থাকে। কিয়নো মই বিভাগটোৰ মন্ত্ৰী। বিভাগটোৰ মন্ত্ৰী হৈ যদি মই মানুহক বানপানীৰ পৰা ৰক্ষা কৰিব নোৱাৰো, গৰাখহনীয়াৰ পৰা যদি ৰক্ষা কৰিব নোৱাৰো, তেতিয়া মই যেন ক’ৰবাত ব্যৰ্থ, তেনেকুৱা বুলি মোৰ অনুভৱ হয়।”

মন্ত্ৰী পীযুষ হাজৰীকা

মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, “আজিৰ পৰা চাৰে তিনিবছৰ আগতে ড০ হিমন্ত বিশ্ব শৰ্মাই মোক জলসম্পদ বিভাগৰ মন্ত্ৰী পাতিছিল। একেদিনাই গোটেইখিনি কাম কৰিব নোৱাৰি, কাৰণ অসমৰ এটা মূল সমস্যা আছিল বানপানী আৰু গৰাখহনীয়া। ধেমাজি, মৰিগাঁও, মাজুলী, শদিয়া, লখিমপুৰ আদি অঞ্চলসমূহ অত্যন্ত বানপানী প্ৰৱণ এলেকা আছিল। মন্ত্ৰীগৰাকীয়ে আজিৰ পৰা কেইবছৰমান পূৰ্বৰ বিভিষীকাময় বান সমস্যাৰ কথা উল্লেখ কৰি কয় যে আজিৰ পৰা দুবছৰমান আগৰ পৰিস্থিতি যদি আমি চাওঁ তেন্তে বাতৰি কাকতত দেখিবলৈ পাওঁ যে ধেমাজি অসমৰ পৰা বিছিন্ন হৈ গ’ল। কিন্তু যোৱা দুবছৰৰ পৰা তেনেকুৱা বাতৰি অহা নাই। যোৱা দুবছৰত ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰি কৰি এইখিনি পৰ্যায় পাইছো যে এতিয়া ধেমাজিৰ ৰাইজ কেতিয়াও অসমৰ পৰা বিছিন্ন নহয়, বিছিন্ন হ’ব নোৱাৰে, তাৰ কাৰণে আৰু কাম কৰিম, মই আপোনালোকক কথা দিছো। মন্ত্ৰীগৰাকীয়ে ধেমাজিৰ বানপানী একেবাৰে নাইকিয়া কৰাৰো প্ৰতিশ্ৰুতি দিয়ে।”

মন্ত্ৰী পীযুষ হাজৰীকা

মন্ত্ৰীগৰাকীয়ে ভাষণত “জোনাইত কেৰকেৰৰ পৰা বৰঙলৈ ৪১ কোটি টকা ব‍্যয়সাপেক্ষে ১৫ কিল’মিটাৰ দৈৰ্ঘ‍্যৰ নতুন মথাউৰিৰ কাম আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। ড০ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহত অসমত এইবছৰ ২৪৫ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ’ব বুলি তেওঁ কয়। যদি আৰু ডেৰশ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিব পৰা যায় তেন্তে অসমত আৰু য’ত মথাউৰি বনাব পাৰি, তাত আৰু মথাউৰি বনাবলৈকে ঠাই নাথাকিব বুলি কয়। বিভাগটোৱে দিনে-নিশাই বাৰিষাৰ সময়ত মথাউৰিৰ কাম কৰাৰ বাবে মথাউৰি ভঙাৰ সংখ্যা হ্ৰাস পাইছে । আগতে ভগা মথাউৰি মেৰামতি কৰোঁতে ডেৰ বছৰ-দুই বছৰ লাগিছিল, কিন্তু আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ১৫ দিনৰ ভিতৰত মথাউৰি মেৰামতি কৰা হয়।”

মন্ত্ৰী পীযুষ হাজৰীকা
মন্ত্ৰী পীযুষ হাজৰীকা

মন্ত্ৰীগৰাকীয়ে কয় যে, “বানপানীৰ পৰা আমাৰ গাঁৱৰ মানুহক মুক্ত কৰিব লাগিব, বানপানীৰ পৰা খেতিয়কসকলক মুক্ত কৰিব লাগিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ যি সপোন অসমক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ মাজলৈ লৈ যোৱাৰ, তেতিয়াহে অসমক আমি উন্নত ৰাজ্যৰ মাজলৈ লৈ যাব পাৰিম বুলি ভাষণত উল্লেখ কৰে। তেওঁ কয় যে যদি বাৰে বাৰে বানপানী হয়, ল’ৰা-ছোৱালীয়ে যদি পঢ়িব নোৱাৰে, বানপানীয়ে যদি খেতিখিনি বাৰে বাৰে মাৰি নিয়ে আমাৰ মানুহ কেতিয়াও ধনী হ’ব নোৱাৰে। চাকৰি দি আমি নিৱনুৱা সমস্যা সমাধান কৰিব নোৱাৰো, চাকৰি দি আমি গোটেই অঞ্চলটো পৰিৱৰ্তন কৰিব নোৱাৰো, আমি খেতি কৰি আমাৰ অঞ্চলটোৰ পৰিৱৰ্তন আনিব লাগিব। আমি উদ্যোগ আনি অঞ্চলটোলৈ পৰিৱৰ্তন আনিব লাগিব। খেতি কৰিবলৈও বানমুক্ত হ’ব লাগিব, উদ্যোগ আনিবলৈও বানমুক্ত হ’ব লাগিব ।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Floodমন্ত্ৰী পীযুষ হাজৰীকা
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d