ওদালগুৰিৰ কুণ্ডৰবিলত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

Elephant

A herd of elephants cross a road that passes through the flooded Kaziranga National Park in the northeastern state of Assam, India, July 12, 2017. Picture taken July 12, 2017. REUTERS/Anuwar Hazarika TPX IMAGES OF THE DAY

টংলা : ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে আজি জিলাখনৰ হৰিশিঙা থানাৰ অন্তৰ্গত আমজুলিৰ  কুণ্ডৰবিল নিবাসী খান বাহাদুৰ ৰায় ( ৬৫ ) নামৰ এজন ব্যক্তিৰ আজি পুৱা প্ৰায় ৮.৩০ বজাত এটা বনৰীয়া হাতীৰ আক্ৰমণত  থিতাতে মৃত্যু হয়। ৰায়ে পুৱা কাঠফুলা সংগ্ৰহ কৰিবলৈ গৈ্ছিল ।

Exit mobile version