Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

    চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

    Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Magh bihu: ভোগালীত এঠা দৈ খুৱাবলৈ সাজু সৰভোগ

publisher by publisher
January 12, 2025
in Assam, News
Reading Time: 1 min read
0
Magh bihu: ভোগালীত এঠা দৈ খুৱাবলৈ সাজু সৰভোগ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

আজি উৰুকা ! মূল্যবৃদ্ধিত কোঙা জনতা 

Magh Bihu:ঢেঁকীৰ নহয়, বেৰিয়া মিলৰ পিঠা গুড়িৰেহে যেন বিহু আহে

Magh Bihu : ভোগালীৰ উৰুকাৰ আকৰ্ষণীয় বজাৰ ,

পথাৰৰ পৰা শস্য চপাই লখিমীক আদৰিবলৈ ৰাজ্যখনৰ চহা ৰাইজে অতি আনন্দেৰে হেজাৰ দুৰ্যোগৰ মাজতো ভোগালী বিহু উৎযাপন কৰিবলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ প্ৰস্তুতি শেষ হোৱাৰ পথত। অতি সম্প্ৰতি বহিঃৰাজ্যৰ সম্ভাৰেৰে অসমৰ ৰাইজে ভোগালী বিহু উৎযাপন কৰাৰ সময়তে ভোগালীৰ এনে ব্যাপক আৰু বৰ্ণিল প্ৰস্তুতিক অন্য এক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ সাজু দুগ্ধনগৰী হিচাপে খ্যাত সৰভোগৰ দুগ্ধ উদ্যোগৰ লগত জড়িত থলুৱা খিলঞ্জীয়া ব্যৱসায়ী তথা উদ্যোগপতিসকল। শদিয়াৰ পৰা ধুবুৰী লৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বিহুত মতলীয়া হোৱা অসমীয়া ৰাইজৰ বাবে সৰভোগৰ দুগ্ধ ব্যৱসায়ীসকলে সাজু কৰি তুলিছে বাঁহৰ চুঙাৰ দৈ, ক্ৰীম, ঘিউ, মাখন আদি।

ADVERTISEMENT

অসমীয়াৰ বাপতিসাহোন এই ভোগালী বিহুত সৰভোগৰ প্ৰতিখন দৈৰ বিপনীয়ে প্ৰস্তুত কৰিছে দুইৰ পৰা তিনি কুইন্টল দৈ, ক্ৰীম, ঘিউ আদি। অসমীয়াৰ এই ভোগৰ উৎসৱত সৰভোগত প্ৰস্তুত হোৱা দৈ, ক্ৰীম, ঘিউ আদিত প্ৰয়োজন হোৱা কেঁচা গাখীৰসমূহ মানস অভয়াৰণ্যৰ নিকটৱৰ্তী অঞ্চলত থকা মহৰ খুঁটিৰ পৰা সংগ্ৰহ কৰা হয়। এই খুঁটিসমূহত পালন কৰা গৰু, মহবোৰে কৃত্ৰিম খাদ্যৰ সলনি অভয়াৰণ্যৰ সজীৱ, সেউজীয়া ঘাঁহ-খেৰ আদি আহাৰ হিচাপে গ্ৰহণ কৰাৰ ফলত গাখীৰবোৰ অতি সুস্বাদু হোৱাৰ বাবে তেনে গাখীৰৰ পৰা প্ৰস্তুত হোৱা দৈ, ক্ৰীমৰ সোৱাদ অসমৰ অন্য প্ৰান্তত দৈ, গাখীৰতকৈ অনন্য আৰু ব্যতিক্ৰমী।

এনেধৰণে এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে উৎপাদন কৰা সৰভোগৰ দৈ, ক্ৰীমে অসমৰ দুগ্ধ উদ্যোগটোক সৰ্বভাৰতীয় স্তৰলৈ লৈ যোৱাৰ বাট প্ৰশস্ত কৰি তুলিছে।প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা তৰুণ দাস আৰু প্ৰচাৰ কোষৰ কেন্দ্ৰীয় আহ্বায়ক যুগান্ত বায়নে প্ৰকাশ কৰা এটা বিবৃতিত অসমৰ এই প্ৰাচীন উদ্যোগটোৰ প্ৰতি চৰকাৰে আজিলৈ কোনো পৃষ্ঠপোষকতা আগনবঢ়োৱাৰ ফলত এই থলুৱা উদ্যোগটোৰ ভৱিষ্যৎ নিৰাপত্তাৰ প্ৰতি এক প্ৰত্যাহ্বান নামি আহিছে বুলি মতপ্ৰকাশ কৰি কয় যে, চৰকাৰে সময় থাকোঁতেই অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰা এই উদ্যোগটোক পৃষ্ঠপোষকতা আগনবঢ়ালে অদূৰ ভৱিষ্যতে উদ্যোগটো জীয়াই ৰখাৰ বাবে উদ্যোগীসকলে তীব্ৰ সংগ্ৰামত ব্ৰতী হ’ব লগা পৰিস্থিতিৰ সৃষ্টি হ’ব। আনহাতে, প্ৰতিবছৰে কেঁচা গাখীৰৰ দাম বৃদ্ধি হৈ থকাৰ বাবে সৰ্বসাধাৰণ ৰাইজে বহন কৰিব পৰা মূল্যত দৈ ক্ৰীম কিনিবলৈ সক্ষম নহ’ব। অসমৰ জাতীয় উৎসৱ ভোগালী বিহুৰ এক অন্যতম সংযোজন সৰভোগৰ এই থলুৱা উদ্যোগটোক ব্যাপক পৰিসৰত সম্প্ৰসাৰণ কৰাৰ বাবে অসম চৰকাৰক এক ফলপ্ৰসূ আৰু সময় নিৰ্ধাৰিত কৰ্মসূচী গ্ৰহণ কৰিবলৈ প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনে আহ্বান জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: magh bihu
publisher

publisher

Related Posts

সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ
Assam

October 2, 2026
মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান
Assam

মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

October 2, 2026
চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি
Assam

চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

October 2, 2026
Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

October 2, 2026
শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও
India

শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

October 2, 2026
অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d