IMG 20191128 WA0009

//শিশুক সামগ্ৰীৰ যোগানৰ নামত সৰ্বশিক্ষা মিছনত ব্যাপক দুৰ্নীতি সংগঠিতৰ অভিযোগ জ্যোতিকেন্দ্ৰ কৰ্মীৰ//

//ঘোচখোৰ বিষয়া ওলাই আহাক শ্লগানেৰে উত্তাল প্ৰতিবাদ মিছন কাৰ্যালয়ৰ সন্মুখত//

গুৱাহাটী-২৮ নৱেম্বৰ:ৰাজ্যৰ জ্যোতিকেন্দ্ৰ সমূহত সৰ্বশিক্ষাই বিগত পাঁচ বছৰ ধৰি  যোগান অহা অনুপযুক্ত সামগ্ৰীসমূহ ঘূৰাই দিয়াৰ লক্ষ্যৰে পুৱাই পৰা সৰ্বশিক্ষা কাৰ্যালয় সন্মুখত সমবেত হৈ এই সামগ্ৰীসমূহত ব্যাপক দুৰ্নীতি সংগঠিত হোৱা অভিযোগ উত্থাপন কৰিছে।উল্লেখ্য যে সৰ্বশিক্ষাই ছাত্ৰ-ছাত্ৰী সকলক যোগান ধৰা স্কেল,চিলেট কাঠৰ।১৭ বছৰ ধৰি ইয়াৰ লগত জড়িত শিক্ষক সকলকো এই পৰ্যন্ত নিয়মীয়াকৰণ কৰা নাই বিভাগে।

Exit mobile version