Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Pay Commission:অষ্টম দৰমহা আয়োগ গঠনত কেন্দ্ৰৰ অনুমোদনৰ পিছত ব্যাপক তৎপৰতা বৃদ্ধি অসমত !

অসম চৰকাৰেও গঠন কৰিব নেকি অষ্টম দৰমহা আয়োগ

publisher by publisher
January 17, 2025
in Assam, India, News
Reading Time: 2 mins read
0
Pay Commission:অষ্টম দৰমহা আয়োগ গঠনত কেন্দ্ৰৰ অনুমোদনৰ পিছত ব্যাপক তৎপৰতা বৃদ্ধি অসমত !
4
SHARES
42
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

ADVERTISEMENT

Pay Commission:

কেন্দ্রীয় চৰকাৰৰ চাকৰিয়াল তথা পেন্সনাৰ সকলৰ দৰমহা বা পেন্সনৰ সংশোধন (বৃদ্ধি) ৰ উদ্দেশ্যে বৃহস্পতিবাৰে অষ্টম কেন্দ্রীয় দৰমহা আযোগ গঠনত অনুমোদন জনায় নৰেন্দ্র মোদী চৰকাৰে। প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকে এই দৰমহা আয়োগ গঠনত জনায় অনুমোদন |

ইয়াৰ লগে লগে বিভিন্ন ৰাজ্য চৰকাৰেও নিজৰ চাকৰিয়াল আৰু পেন্সনাৰসকলৰ দৰমহা বা পেন্সনৰ সংশোধন অথবা বৃদ্ধিৰ উদ্দেশ্যে শীঘ্ৰে দৰমহা আয়োগ গঠনৰ সম্ভাৱনা বৃদ্ধি পাইছে। উল্লেখ্য যে ২০১৬ত গঠিত সপ্তম দৰমহা আয়োগৰ কার্যকাল অন্ত পৰিব অহা বছৰত ।

এনে প্ৰেক্ষাপটত কেন্দ্ৰীয় চৰকাৰৰ অষ্টম দৰমহা আয়োগৰ অনুৰূপ ধৰণে অসমতো দৰমহা আয়োগ গঠন হ’ব নেকি এই বিষয়ক লৈ ব্যাপক চৰ্চা লাভ কৰিছে দিছপুৰত ৷ অৱশ্যে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এইক্ষেত্ৰত কি সিদ্ধান্ত লয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ ৰাজ্য চৰকাৰ বিষয়া-কৰ্মচাৰীৰ আশা কৰে যে অচিৰেই কেন্দ্ৰীয় চৰকাৰৰ অষ্টম দৰমহা আয়োগ গঠনৰ লেখিয়াকৈ অসম চৰকাৰেও অষ্টম দৰমহা আয়োগ গঠন কৰক । কাৰ্যত অসমত অষ্টম দৰমহা আয়োগ গঠন হ’লে বিষয়া-কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধি পাব বহু পৰিমাণে ৷

মনকৰিবলগীয়া যে, বৰ্তমান ৰাজ্য চৰকাৰে ভাস্কৰ বৰুৱা ৰাজ্যিক দৰমহা আয়োগৰ পৰামৰ্শমতে দা- দৰমহা দি আহিছে বিষয়া- কৰ্মচাৰীক ৷ এই দৰমহা কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত দি আছে ৰাজ্য চৰকাৰে ৷ স্মতৰ্ৱ্য যে ভাস্কৰ বৰুৱা ৰাজ্যিক দৰমহা আয়োগৰ ৰাজ্য চৰকাৰলৈ পৰামৰ্শ আছিল যে ৰাজ্য চৰকাৰে ভৱিষ্যতে গঠন নকৰক দৰমহা আয়োগ ৷

আনহাতে,কেন্দ্ৰৰ অষ্টম দৰমহা আয়োগৰ পৰা লাভাম্বিত হ’ব কেন্দ্ৰীয় চৰকাৰৰ পিয়নৰ পৰা কেবিনেট সচিব পৰ্যায়ৰ বিষয়ালৈ প্ৰায় ৪৯ লাখ বিষয়া-কৰ্মচাৰী ৷ একেদৰে লাভান্বিত হ’ব প্ৰায় ৬৫ লাখ পেঞ্চন লাভ কৰা বিষয়া-কৰ্মচাৰী।বৃহস্পতিবাৰে কেন্দ্ৰই অনুমোদন জনোৱা অষ্টম দৰমহা আয়োগ বলবৎ হ’ব ২০২৬ৰ পহিলা জানুৱাৰীৰ পৰা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 8th Pay CommissionCm Himanta Biswa SarmaCMO ASSAM
publisher

publisher

Related Posts

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত
Assam

September 4, 2026
আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ
Assam

ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

September 4, 2026
কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু
Assam

কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

September 4, 2026
দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা
India

দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

September 4, 2026
ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান
Assam

ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d