নুমলীগড় আৰক্ষী চকীৰ অধীনস্থ পোৰাবাংলাৰ ৩৯ নং ৰাষ্ট্ৰীয় পথত উৰিল আলফা স্বাধীনৰ পতাকা। কোনো অচিনাকী ব্যক্তিয়ে এনেদৰে উৰুৱাই থৈ গ’ল পতাকা। কাগজত ‘আলফা স্বাধীন জিন্দাবাদ’ বুলিও লিখা পোৱা গ’ল। ইয়াকে লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।ইপিনে, আৰক্ষীয়েও অনুসন্ধান অব্যাহত ৰাখিছে বুলি জনাইছে।
-
By publisher
- Categories: world
Related Content
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
উদ্ধাৰ হৈছে পেপিৰাছত লিখা গ্রীক মহাকাব্যৰ অংশ
By
publisher
May 6, 2026
আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট
By
publisher
May 2, 2026
নিজৰ সন্তানক কিদৰে পালন কৰিব মাতৃয়ে?
By
publisher
May 2, 2026
মাথোঁ এক লিটাৰ ইথানল উৎপাদনৰ বাবে প্রয়োজন হ'ব ১০ হেজাৰ লিটাৰ পানী
By
publisher
May 2, 2026
ডিজিটেল যুগত মহিলাৰ সুৰক্ষা, সামাজিক মাধ্যমত হাৰাশাস্তিৰ সন্মুখীন হ'লে কি কৰিব
By
publisher
May 1, 2026