Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    তিনি বছৰ পূৰ্বে বিলাসী নৌকাত উঠি বিশ্ব ভ্রমণলৈ গৈছিল দুই শতাধিক লোক

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী

    নগাঁৱত ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ এ পি এছ চিৰ সংবাদমেল

    চৰাইদেউৰ পাটসাঁকোত অসম তাও কাউঞ্চিলৰ সংবাদমেল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

publisher by publisher
May 8, 2026
in News, world
Reading Time: 1 min read
0
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
6
SHARES
55
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

বিশ্বজুৰি ইন্ধন সংকটৰ আশংকাৰ মাজতে এক ডাঙৰ আশাৰ খবৰ কঢ়িয়াই আনিছে ৰাষ্ট্ৰায়ত্ত সংস্থা ভাৰত পেট্ৰোলিয়াম কৰ্পোৰেচন লিমিটেড (BPCL)।

ADVERTISEMENT

পূব আফ্ৰিকাৰ দেশ মোজাম্বিকত ভাৰতৰ অতি গুৰুত্বপূর্ণ এলএনজি (তৰলীকৃত প্ৰাকৃতিক গেছ) প্ৰকল্পৰ কাম পুনৰ পূৰ্ণ গতিত আৰম্ভ হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত ভূ-ৰাজনৈতিক অস্থিৰতা তীব্ৰ হৈ থকাৰ সময়তে ভাৰতৰ ইন্ধন সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত এই প্ৰকল্পক বিশেষ গুৰুত্বপূর্ণ বুলি বিবেচনা কৰিছে বিশেষজ্ঞসকলে।

বিপিচিএল সূত্রে জানিব পৰা মতে, মোজাম্বিকৰ অফশ্ব’ৰ এৰিয়া-১ প্ৰকল্পত সংস্থাটোৰ অধীনস্থ ভাৰত পেট্ৰোলিয়াম কৰ্পোৰেচন লিমিটেড -ৰ ১০ শতাংশ অংশীদাৰী আছে। কেৱল বিপিচিএলেই নহয়, অ’এনজিচি বিদেশ লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডও এই কনছৰ্টিয়ামৰ অন্যতম অংশীদাৰ।

মূলতঃ ফৰাচী শক্তি সংস্থা ‘টোটাল এনার্জিজ’ৰ তত্ত্বাৱধানত চলি থকা এই প্ৰকল্পটো নিৰাপত্তাজনিত কাৰণত কিছু সময়ৰ বাবে স্থগিত হৈ আছিল। কিন্তু যোৱা বছৰৰ নৱেম্বৰত কাম পুনৰ আৰম্ভ হোৱাৰ পিছৰে পৰা প্ৰকল্পক্ষেত্ৰত তৎপৰতা বৃদ্ধি পাইছে।

বৰ্তমান প্ৰায় ছয় হেজাৰ কৰ্মীয়ে দিন ৰাতি একাকাৰ কৰি কাম কৰি আছে। সংস্থাৰ তথ্য অনুসৰি, ইতিমধ্যে প্ৰকল্পটোৰ প্ৰায় ৪২ শতাংশ কাম সম্পূৰ্ণ হৈছে।

কিয় এই প্ৰকল্প ইমান গুৰুত্বপূর্ণ?

বিশ শতিকাত বিশ্ব ৰাজনীতিত ইন্ধন তেলৰ আধিপত্য দেখা গৈছিল যদিও একবিংশ শতিকাক “গেছৰ যুগ” বুলি ধৰা হৈছে। ভাৰত ক্ৰমাৎ গেছভিত্তিক অৰ্থনীতিৰ দিশে আগবাঢ়িছে। ২০৪০ চনৰ ভিতৰত ‘নেট জিৰো’ লক্ষ্য পূৰণৰ ক্ষেত্ৰত এলএনজিৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ বুলি ধৰা হৈছে। প্ৰায় ২০ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগেৰে গঢ়ি উঠা এই প্ৰকল্প সম্পূৰ্ণ হ’লে বিশ্ববজাৰত প্ৰাকৃতিক গেছৰ যোগান বৃদ্ধি পাব আৰু ভাৰতৰ আমদানি ব্যৱস্থাও অধিক সুদৃঢ় হ’ব।

বৰ্তমানৰ অস্থিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মধ্যপ্ৰাচ্যৰ দেশসমূহৰ ওপৰত অত্যাধিক নিৰ্ভৰতা হ্ৰাস কৰি বিকল্প ইন্ধন উৎস গঢ়ি তোলাই এতিয়া নতুন দিল্লীৰ অন্যতম প্ৰধান কৌশল।

বিপিচিএলৰ ডাইৰেক্টৰ (ফাইনেন্স) ভি আৰ কে গুপ্তই জানিবলৈ দিয়া মতে, বিদেশত এই ধৰণৰ অংশীদাৰী ভাৰতৰ দীৰ্ঘম্যাদী ইন্ধন কৌশলৰ অংশ। ইয়াৰ ফলত দেশৰ ইন্ধন সুৰক্ষা অধিক শক্তিশালী হ’ব।

বৰ্তমান বিপিচিএলৰ মুম্বাই, কোচি আৰু বিনাত বৃহৎ তেল শোধন ক্ষমতা আছে। ইয়াৰ উপৰিও দেশজুৰি সংস্থাটোৰ বিস্তৃত ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্ক গঢ়ি উঠিছে।

মোজাম্বিকৰ এই প্ৰকল্প কেৱল বাণিজ্যিক লাভৰ মাজতেই সীমাবদ্ধ নহয়; বৈশ্বিক শক্তি বজাৰত ভাৰতৰ প্ৰভাৱ বৃদ্ধি কৰাতো ই গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি মনে কৰা হৈছে। সকলো মিলাই, আগন্তুক দিনত ভাৰতৰ প্ৰতিটো ঘৰলৈ অধিক সুলভ মূল্যত আৰু নিৰবচ্ছিন্নভাৱে গেছ যোগান নিশ্চিত কৰাৰ ক্ষেত্ৰত মোজাম্বিক এলএনজি প্ৰকল্প এক নতুন মাইলফলক হিচাপে পৰিগণিত হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mozambique
publisher

publisher

Related Posts

আমেৰিকাৰ আকৰ্ষণ ম্লান: ভাৰতীয় ছাত্ৰ ছাত্ৰী হ্ৰাস
India

November 2, 2026
বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ
International

বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

November 2, 2026
বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ
International

বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

November 2, 2026
বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো
India

বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

November 2, 2026
তিনি বছৰ পূৰ্বে বিলাসী নৌকাত উঠি বিশ্ব ভ্রমণলৈ গৈছিল দুই শতাধিক লোক
International

তিনি বছৰ পূৰ্বে বিলাসী নৌকাত উঠি বিশ্ব ভ্রমণলৈ গৈছিল দুই শতাধিক লোক

November 2, 2026
জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী

November 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d