প্ৰসংগ: কৰ’না ভাইৰাচ

Himanta Biswa Sarma on first Coronavirus case

* মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল এতিয়া সম্পূৰ্ণৰূপে ক’ভিদ১৯ হাস্পতাল হিচাপে গঢ়ি তোলা হৈছে।

* ১২খন ICU বিচনা আৰু ১৪০খন  আছুতীয়া বিচনা আছে এম এম চি এইছত। ক’ভিড১৯ৰ প্ৰশিক্ষণ কেন্দ্ৰ হিচাপেও গঢ়ি তোলা হৈছে চিকিৎসালয়খন। চিকিৎসকৰ পৰা চতুৰ্থ বর্গৰ কৰ্মচাৰীলৈকে বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

* এইপৰ্যন্ত ১১০জনে প্ৰশিক্ষণত অংশ লৈছে। চিকিৎসালয়খনত কৰ’না আক্ৰান্ত এজন ৰোগী চিকিৎসাধীন হৈ আছে। ৰোগীজন নলবাৰীৰ মহম্মদ আৰ্ছাদ (১৯)।

* মহানগৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰৰ ম্যাদ ৩১মাৰ্চত উকলিছে।

* লকডাউনৰ বাবে গুৱাহাটী পৌৰ নিগমে পুনঃনবীকৰণৰ ম্যাদ ৩০জুনলৈ বৃদ্ধি কৰে।

 

Exit mobile version