কৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হ’ল ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন ৷ প্ৰচণ্ড জ্বৰত ভোগা প্ৰধানমন্ত্ৰী বৰিছ জনছনক দেওবাৰে চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ ইফালে বিগত ২৭ মাৰ্চত বৰিচ জনছনৰ শৰীৰত কৰ’না ভাইৰাছৰ লক্ষণ ধৰা পৰিছিল ৷ইয়াৰ পিছত কোৱাৰেন্টাইনত আছিল বৰিছ জনচন ৷ কিন্তু শেহতীয়াভাৱে প্ৰচণ্ড জ্বৰত আক্ৰান্ত হোৱাৰ পিছত চিকিৎসকৰ পৰামৰ্শ অনুসৰিয়েই চিকিৎসালয়ত ভৰ্তি হয় বৰিছ জনছন ৷ ইফালে বৰিছ জনচনৰ পত্নী ক্যেৰি চাইমণ্ডচৰ শৰীৰত ক’ভিড ১৯ ধৰা পৰিছিল যদিও বিগত সময়ত তেওঁ সুস্থ হৈ উঠে ৷
ক’ভিড ১৯ত আক্ৰান্ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনচন
-
By publisher
- Categories: COVID-19, News
- Tags: Boris JohnsonCORONAVIRUSCovid-19FIGHT AGAINST COVID-19STAY HOME STAY SAFE
Related Content
Protests, sit-ins and slogans are banned in Dispur: দিছপুৰত প্ৰতিবাদ, ধর্ণা, শ্ল'গান প্ৰদৰ্শনত নিষেধাজ্ঞা মহানগৰ আৰক্ষীৰ
By
publisher
December 19, 2024
মই ‘এক দেশ এক নিৰ্বাচন’ৰ সমৰ্থনত আছোঃ মন্ত্ৰী পীযুষ হাজৰীকা
By
publisher
December 18, 2024
Prominent pious woman Nani Bujarbaruah Passed Away:ঘগ্ৰাপাৰ দতৰাৰ বিশিষ্ট ধৰ্মপ্ৰাণ মহিলা ননী বুজৰবৰুৱাৰ দেহাৱসান
By
publisher
December 18, 2024
Guwahati High Court Bans Buffalo and Bulbul fight in Assam:ৰাজ্য চৰকাৰৰ এছ অ পি খাৰিজ উচ্চ ন্যায়ালয়ৰ
By
publisher
December 18, 2024
Poet Sameer Tanti wins Sahitya Akademi Award:প্রথিতযশা কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমী বঁটা
By
publisher
December 18, 2024
Alka Thakur is the first Indian woman to do a PhD in flute-playing:বাঁহী বাদন বিষয়ত ডক্টৰেট ডিগ্রী
By
publisher
December 18, 2024