ক’ভিড ১৯ত আক্ৰান্ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনচন

GettyImages 1214689313

LONDON, ENGLAND - MARCH 25: Prime Minister Boris Johnson leaves 10 Downing Street for PMQ's on March 25, 2020 in London, England. British parliament will be suspended tonight due to concerns about the spread of COVID-19. It had previously been scheduled to break for Easter on March 31; it will tentatively sit again on April 21. The Coronavirus (COVID-19) pandemic has spread to at least 182 countries, claiming over 18,000 lives and infecting hundreds of thousands more. (Photo by Peter Summers/Getty Images)

কৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হ’ল ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন ৷ প্ৰচণ্ড জ্বৰত ভোগা প্ৰধানমন্ত্ৰী বৰিছ জনছনক দেওবাৰে চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ ইফালে বিগত ২৭ মাৰ্চত বৰিচ জনছনৰ শৰীৰত কৰ’না ভাইৰাছৰ লক্ষণ ধৰা পৰিছিল ৷ইয়াৰ পিছত কোৱাৰেন্টাইনত আছিল বৰিছ জনচন ৷ কিন্তু শেহতীয়াভাৱে প্ৰচণ্ড জ্বৰত আক্ৰান্ত হোৱাৰ পিছত চিকিৎসকৰ পৰামৰ্শ অনুসৰিয়েই চিকিৎসালয়ত ভৰ্তি হয় বৰিছ জনছন ৷ ইফালে বৰিছ জনচনৰ পত্নী ক্যেৰি চাইমণ্ডচৰ শৰীৰত ক’ভিড ১৯ ধৰা পৰিছিল যদিও বিগত সময়ত তেওঁ সুস্থ হৈ উঠে ৷
Exit mobile version