ADVERTISEMENT

Tag: FIGHT AGAINST COVID-19

ক’ভিড প্ৰট’কল মানি ৰাষ্ট্রীয় মর্যাদাৰে প্রাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শেষকৃত্য সম্পন্ন

দিল্লীৰ লোধী ৰোডৰ শ্মশানত প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখাৰ্জীৰ শেষকৃত্য সম্পন্ন কৰা হয় । অশ্ৰুসিক্ত নয়নেৰে পিতৃক অন্তিম বিদায় জনায় তেখেতৰ ...

Read more

ফ্ৰেব্ৰুৱাৰীত দৈনিক তিনি লাখকৈ কৰ’নাৰ হ’ব সংক্ৰমণঃ দাবী এম আই টিৰ গৱেষকৰ

ক’ভিড-১৯ৰ প্ৰতিষেধক আৱিস্কাৰ নহ’লে আগন্তুক ফ্ৰেব্ৰুৱাৰীত ভাৰতত প্ৰতিদিনে তিনি লাখকৈ লোক কৰ’নাত আক্ৰান্ত হ’ব ৷ সাম্প্ৰতিক পৰিস্থিতিৰ সালসলনি নহ’লে বিশ্বত ...

Read more

পজিটিভ নিগেটিভৰ পাকচক্ৰত দিকভ্ৰান্ত ৰাইজঃভুক্তভোগীৰ প্ৰশ্ন

প্ৰতিনিয়ত ৰাজ্যত বৃদ্ধি পাইছ কৰ’নাত আক্ৰান্তৰ সংখ্যা ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৰ’নাৰ পজিটিভ নিগেটিভৰ পাক চক্ৰত দিকভ্ৰান্ত হৈছে সাধাৰণ ৰাইজ ...

Read more

এদিনতে ৫৫ হেজাৰ সংক্ৰমণেৰে অভিলেখ

এদিনতে সৰ্বাধিক লোক কৰ'না ভাইৰাছত আক্ৰান্ত হোৱাৰ অভিলেখ গঢ়িলে আমেৰিকাই । যাৰ বাবে সম্প্ৰতি দেশখনৰ চিকিৎসকসকলৰো উদ্বেগ বৃদ্ধি পাইছে। কালি ...

Read more

অধিকাংশ লোকেই ক’ভিড-১৯ ৰ প্ৰতিষেধক লোৱাৰ প্ৰয়োজন নাই

এই মুহূৰ্তত এশৰো অধিক কৰ'না প্ৰতিষেধকক লৈ বিশ্বজুৰি পৰীক্ষা-নিৰীক্ষা চলি আছে। ইয়াৰ মাজতে অৱশ্যে ১২ টা প্ৰতিষেধকৰ মানৱ শৰীৰতো পৰীক্ষা ...

Read more

কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সংখ্যা বৃদ্ধি পালে ১২ জনলৈ

ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ১ জন লোকৰ। মৃত্যু হোৱা লোকজনৰ নাম দিলীপ তালুকদাৰ৷ ঘৰ ফটাশিল আমবাৰীত। ২২ জুনত ...

Read more

কৰ’নাত সুস্থ হৈও নিৰ্যাতনৰ বলী একাংশঃ কিন্তু কেনেকৈ?

অসমত ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধিৰ সমান্তৰালভাৱে সুস্থ হোৱা লোকৰ সংখ্যাও উৰ্ধ্বমুখী হৈছে । ৰাজ্যত সুস্থ হোৱা লোকৰ ...

Read more
Page 1 of 59 1 2 59