কামৰ সন্ধানত তেলেংগানালৈ যোৱা গোৱালপাৰা জিলাৰ মাটিয়া, নয়াপাৰা, সিধাবাৰী অঞ্চলৰ প্ৰায় ১২০ গৰাকী শ্ৰমিকৰ মাজত সম্প্ৰতি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কৰ’না ভাইৰাছৰ আতংকৰ বাবে সমগ্র দেশতে ২১ দিনীয়া তলাবন্ধ ঘোষণা কৰাত আবদ্ধ হৈ পৰিছে শ্ৰমিক সকলে। ইয়াৰ মাজতে কেইবাগৰাকী মহিলা আৰু শিশু ও আছে । বৰ্তমান তেওঁলোকৰ মাজত খাদ্য সংকটে দেখা দিয়াৰ পিছতো স্থানীয় চৰকাৰেও তেওঁলোকক বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি তেলেংগানাত থকা সিধাবাৰীৰ যুৱক ফিৰোজ আলীয়ে আজি ফোনযোগে জানিবলৈ দিয়াৰ লগতে অসম চৰকাৰ আৰু গোৱালপাৰা জিলা প্ৰশাসনক অতি শীঘ্ৰেই তেঁওলোকক গোৱালপাৰালৈ লৈ অনাৰ ব্যৱস্থা কৰাৰ দাবী জনায়।
তেলেংগানাত আবদ্ধ গোৱালপাৰাৰ ১২০ গৰাকী শ্ৰমিকৰ হাহাকাৰ
-
By publisher

- Categories: COVID-19, News
- Tags: Covid-19FIGHT AGAINST COVID-19STAY HOME STAY SAFETELANGANA
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025