তলাবন্ধৰ মাজতে মহানগৰীৰ ৰিহাবাৰীত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড। ৰিহাবাৰীৰ এটা বেকাৰীত সূত্ৰপাত এই অগ্নিকাণ্ডৰ । কে’বাখনো অগ্নিনিৰ্বাপক বাহিনী গাড়ী ব্যৱহাৰে নিৰ্বাপিত হয় জুই। লক্ষাধিক টকাৰ সা-সামগ্ৰী ভষ্মীভূত হৈছে যদিও অগ্নিকাণ্ডত কোনো লোকৰ হতাহতিৰ খবৰ অহা নাই।
ৰিহাবাৰীত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড
-
By publisher

- Categories: News
- Tags: GUWAHATI ASSAMREHABARI
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025