সমগ্ৰ ৰাজ্যত তলাবন্ধৰ সময়তে গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষীৰ এটা দলে গাগম ইকো নামৰ এটা দুৰ্ধৰ্ষ চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। অৰুণাচলী দুৰ্ধৰ্ষ গড় চিকাৰী ইকোৰ স্বীকাৰোক্তিত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷ গাগম ইকোৰ স্বীকাৰোক্তিৰ ভিত্তিতে কমাৰ গাওঁ আৰক্ষীৰ এটা দলে গহপুৰৰ পূৰ্বজ্যোতি কৃষিপামত অভিযান চলাই আজি পুনৰ দেৱজিৎ গগৈ নামৰ আন এটা দুৰ্ধৰ্ষ গড় চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী বিষয়া চাহজাহান আলীয়ে জনোৱা মতে দেৱজিৎ গগৈ নিজেই গড় চিকাৰ কৰাৰ লগতে অৰুণাচল প্ৰদেশ,নাগালেণ্ড,মণিপুৰৰ উপৰি ম্যানমাৰ,চীন আদি দেশৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত গড়ৰ খৰ্গ বিক্ৰীৰ স’তে জড়িত এজন প্ৰভাৱশালী ব্যক্তিৰূপে পৰিচিত ৷ উল্লেখযোগ্য যে আৰক্ষীৰ জেৰাত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷
পুনৰ কমাৰ গাওঁ আৰক্ষীৰ জালত পৰিল দুধৰ্ষ গড় চিকাৰী
-
By publisher

- Categories: Uncategorized
- Tags: AssamAssam PoliceGolaghatLockdown
Related Content
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
By
publisher
April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
By
publisher
April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
By
publisher
April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত 'থাৰ'ৰ খুন্দাত প্রাণ গ'ল আঢ়ৈ বছৰীয়া কণমানি
By
publisher
April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
By
publisher
April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
By
publisher
April 23, 2026