মেঘালয়ত কৰ’নাত আক্ৰান্ত চিকিৎসকৰ মৃত্যু

Shillong Bethany hospital 15042020

■ কৰ’না ধৰা পৰাৰ ২৪ ঘণ্টাৰ পিছতে প্ৰথমজন কৰ’নাত আক্ৰান্ত মেঘালয়ৰ চিকিৎসক ডাঃ জন ছাইল’ৰ মৃত্যু হয়। 

■ এই পৰ্যন্ত মেঘালয়ত কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা মুঠ ৭ জন।

■ মৃত চিকিৎসকজন শ্বিলঙৰ বেথানি হস্পিতালত কৰ্মৰত আছিল।

■ চিকিৎসকজনৰ বয়স আছিল ৬৮ বছৰ।

■ চিকিৎসকজনৰ পৰিয়ালৰ বাকী ৬ জনৰ দেহত কৰ’নাৰ উপস্থিতি ধৰা পৰিছে।

Exit mobile version