সোণাপুৰ হাস্পতালত হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

Himanta Biswa Sarma on first Coronavirus case 1

সম্পূৰ্ণৰূপে কৰ’নামুক্ত হৈ উঠিল জোনাব আলী আৰু নুৰুদ্দিন আলি।

■ দুয়োজনৰ শেহতীয়া টেষ্টত কৰ’নাৰ অৱস্থিতি নিগেটিভ। 

■ আজি দুয়োকে হাস্পতালৰ পৰা ৰিলিজ দিয়া হ’ব।

■ জাগীৰোডৰ কাগজ কলৰ গেষ্ট হাউছত ১৪ দিনৰ বাবে ৰখা হ’ব দুয়োকে।

■ ৫০ হাজাৰ পি পি ই কিট আজি নিশা ৮ বজাত গুৱাহাটী পাবহি।

■ চীনৰ পৰা এই পি পি ই কিটসমূহ অহাৰ পাছত ৰাজ্য চৰকাৰৰ হাতত থাকিব ডেৰ লাখ কিট।

■ মথাউৰি, ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব। 

■ গাঁও অঞ্চলসমূহত নিৰ্দিষ্ট নিয়ম মানি চলি উদ্যোগ খুলিব পাৰিব।

 

Exit mobile version