গাইডলাইনত নতুন ক্ষেত্ৰলৈ ৰেহাই চৰকাৰৰ  

956734 mha
◆ বিত্তীয় প্ৰতিষ্ঠান আৰু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান সমূহৰ অত্যাৱশ্যকীয় সেৱাসমূহ চিনাক্ত কৰি পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ।
◆ ২০ এপ্ৰিলৰ পৰা কিছু অঞ্চলত কঠোৰ নীতি-নিয়মৰ মাজেৰে সামান্য শিথিলতা আহিব পাৰে।
◆ গৃহ মন্ত্ৰনালয়ে কৰ্মক্ষেত্ৰত সামাজিক দূৰত্বৰ ক্ষেত্ৰত কিছু দিশ নিৰ্দেশনা জাৰি কৰিছে।
◆ ২০ এপ্ৰিল পর্যন্ত তলাবন্ধ কঠোৰ হ’ব।
◆ গ্ৰাম্যাঞ্চলত পানী সৰবৰাহ আৰু চেনিটেশ্যনৰ অনুমতি প্ৰদান, বিদ্যুৎ সেৱা, টেলিকম অপ্টিকেল ফাইবাৰ স্থাপনৰ নিৰ্দেশ গৃহ মন্ত্ৰনালয়ৰ।
◆ ম’বাইল ফোন, টেলিভিছন, ফ্ৰীজ, লেপটপ, কাপোৰ আৰু অন্যান্য ষ্টেছনেৰী সামগ্ৰীসমূহ ই-কমাৰ্চৰ প্লেটফৰ্ম যেনে আমাজন, ফ্লিপকাৰ্ট আৰু স্নেপডিলত উপলব্ধ হ’ব। অন্যহাতে, ই- কমাৰ্চ কোম্পানীয়ে সামগ্ৰীসমূহ ভানৰ সহায়ত ডেলিভাৰী দিয়াৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা অনুমতি ল’ব লাগিব।
◆ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্দেশ দিয়া ৩ মে’ পর্যন্ত তলাবন্ধ বৃদ্ধিৰ ভিত্তিত  ৩ মে’ৰ পাছত উদ্যোগিক আৰু বণিজ্যিক ক্ষেত্ৰ সমূহত পুনৰ কাম আৰম্ভ কৰাৰ বাবে দিশ নিৰ্দেশনা জাৰি কৰিছে।
Exit mobile version