Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

    ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

    Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

পলকতে চাওঁ আহক মনোৰঞ্জন জগতৰ বিভিন্ন খবৰ 

publisher by publisher
April 20, 2020
in COVID-19, Entertainment, News
Reading Time: 1 min read
0
পলকতে চাওঁ আহক মনোৰঞ্জন জগতৰ বিভিন্ন খবৰ 
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Salman Khan’s kitchen is banned from beef:জনপ্ৰিয় অভিনেতা ছলমান খানৰ পাকঘৰত নিষিদ্ধ গো-মাংস !

♦সৰু পৰ্দা আৰু শেহতীয়াকৈ বলীউডত খোজ পেলোৱা অভিনেত্ৰী হিনা খানৰ চুটি ছবি “স্মাৰ্ট ফোন”ৰ ট্ৰেইলৰে মুক্তি লাভ কৰিলে ৷ছবিখনত হিনাই কুণাল ৰয় কাপুৰৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে ৷ইনষ্টাগ্ৰামত হিনাই “স্মাট ফোন’ৰ ট্ৰেইলৰ অনুৰাগীলৈ আগবঢ়াইছে ৷ছবিখন ২৪ এপ্ৰিলত মুক্তি লাভ কৰিব ৷ উল্লেখযোগ্য যে হিনাই “হেকড” ছবিৰ জৰিয়তে বলীউডৰ ছবিত খোজ পেলাইছিল। ইয়াৰ পিছত হিনাই বিগ বছৰ জৰিয়তে অনুৰাগীৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল ৷
nysa devgan find out the things
♦১৭ বছৰত ভৰি দিলে অজয় দেৱগন আৰু কাজলৰ কন্যা ন্যাসা দেৱগনে ৷সেই উদ্দেশ্য আজি ছ’চিয়েল মিডিয়াত নিজ কন্যাক শুভেচ্ছা জনাইছে অজয়ে ৷লগতে ঘৰতে থাকি কৰ’না ভাইৰাছৰ পৰা ন্যাসক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান কৰে অজয়ে ৷কিছুদিন পূৰ্বে কাজল আৰু ন্যাসা কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে বুলি ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছিল ৷ইয়াৰ পিছতে অজয়ে সকলোকে স্পষ্ট কৰি দিয়ে যে এই খবৰ ভুৱা আৰু ভিত্তিহীন ৷
Gulzar
♦কৰ’না ভাইৰাছৰ দৰে মহামাৰীৰ সময়ত নিজৰ কৰ্ম সূচাৰুপে কৰা চিকিৎসক,নাৰ্ছ আৰু স্বাস্থ্য বিভাগৰ কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিলে বলীউডৰ প্ৰসিদ্ধ গীতিকাৰ,সুৰকাৰ আৰু ছবি পৰিচালক গুলজাৰে । গুলজাৰে কয় “মোৰ মতে দেশ ৰক্ষাৰ সময়ত আমাৰ জোৱানসকল যিদৰে নিজৰ কৰ্তব্য তথা  দায়িত্ব নিষ্ঠাৰে পালন কৰে ,ঠিক সেইদৰে চিকিৎসাসেৱাৰ লগত জৰিত লোকসকলেও নিজৰ দায়িত্ব পালন কৰিছে ৷যিদৰে এজন জোৱানে দেশ ৰক্ষাৰ কাৰণে বুকুত গুলী খাবলৈ ভয় নকৰে ঠিক সেইদৰে চিকিৎসকসকলেও এই মহামাৰীক প্ৰতিহত কৰিবলৈ তীব্ৰ প্ৰত্যাহ্বানক আকোঁৱালি লৈছে ৷ গুলজাৰে কয় যে চিকিৎসকসকলক ধন্যবাদ জনাবলৈ মোৰ ওচৰত ভাষাৰ অভাৱ ৷সচাকৈয়ে তেওঁলোকক হৃদয়ৰ পৰা ধন্যবাদ ৷
taylor swift e1563742190342
♦চলিত বৰ্ষত কোনো ধৰণৰ সংগীতানুষ্ঠান অনুষ্ঠিত নকৰে হলীউড তথা আন্তঃৰাষ্ট্ৰীয় গায়িকা টেইলৰ চুইফ্টে ।ক’ৰনা ভাইৰাছৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় চেলীব্ৰেটীগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে । আজি টুইটাৰ যোগে টেইলৰে জনায় যে  ২০২০ চনত সকলো অনুষ্ঠান বাতিল কৰা হৈছে ৷লগতে তেওঁ সকলো অনুৰাগী ক মহামাৰীৰ পৰা সুৰক্ষিত থাকিবলৈ আহ্বান কৰে ।ইফালে টেইলৰৰ লগতে জাষ্টিন বীবৰৰ দৰে বহু ষ্টাৰে চলিত বছৰত অনুষ্ঠান পৰিবেশনৰ পৰা বিৰত থাকিব ৷ লগতে কৰ’না ভাইৰাছৰ পৰা দেশে মুক্তি পালেই আকৌ অনুৰাগীক লগ পোৱাৰ প্ৰতিশ্ৰুতি দিছে চেলীব্ৰেটীসকলে ৷
b W10
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ajay DevgnBOLLYWOODCorona VirusCovid-19Entertainment NewsGulzarHina KhanJustin BieberNysa Devgn
publisher

publisher

Related Posts

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

March 11, 2026
Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে
News

Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

March 11, 2026
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
News

ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
International

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

March 11, 2026
All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d