মহানগৰীত কিতাপৰ দোকান খোলাৰ নতুন নিৰ্দেশনা

new pothi ghar panbazar guwahati book shops c9q2otaori

০ মহানগৰীৰ কিতাপৰ দোকান খোলাৰ ৰাখিবৰ  বাবে কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে জাৰি কৰিলে নতুন নিৰ্দেশনা ।

০ পূৰ্বৰ নিৰ্দেশনাত উল্লেখ থকা সময়ৰ কিছু সাল-সলনি |

০ নতুন নিৰ্দেশনাত সপ্তাহত তিনিদিন খোলা থাকিব কিতাপৰ দোকানসমূহ ।

০ সপ্তাহৰ সোমবাৰ,বুধবাৰ আৰু শুকুৰবাৰে পুৱা ১০বজাৰ পৰা দুপৰীয়া এক বজালৈ   খোলা থাকিব দোকানসমূহ ।

০ কেৱল শিক্ষাৰ্থীৰ বাবে খুলিব পাৰিব কিতাপৰ দোকানসমূহ ।

০ হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিব লাগে কিতাপৰ দোকানসমূহে ।

০ কোনো অভিভাৱক তথা শিক্ষাৰ্থীয়ে কিতাপ ক্ৰয়  কৰিবলৈ যাওঁতে   ব্যৱহাৰ কৰিব নোৱাৰিব যান-বাহন।

০ কিতাপ ক্ৰয় কৰিবলৈ যাওঁতে  কোনোধৰণৰ অনুজ্ঞাপত্ৰ ল’ব নালাগে |

০ মানি চলিব লাগিব সামাজিক দূৰত্ব।০ দোকানৰ কৰ্মচাৰীসকলে মাক্স ব্যৱহাৰ আৰু থাকিব লাগিব চেনিটাইজাৰ ব্যৱস্থা ।

০ দোকানৰ কৰ্মচাৰীসকলে যান-বাহন লৈ আহিলে দেখুুৱাব লাগিব পৰিচয়-পত্ৰ |

Exit mobile version