হাবিত বনৰীয়া আলু বিচাৰি গৈ হাতীৰ আক্ৰমণত নগাঁৱৰ এজন যুৱক মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে | ঘটনাক্ৰমে শালনা বৰঘাটৰ লুচাই লাইনৰ কৃষ্ণ তাঁতীৰ পুত্ৰ কিশোৰ তাঁতী নামৰ যুৱকজনে লগৰ কে’বাজন স’তে বৃহস্পতিবাৰে নগাঁও জিলাৰ শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অৰ্ন্তগত উত্তৰ ডিজু সংৰক্ষিত বনাঞ্চলত বনৰীয়া আলু বিচাৰি গৈছিল । আলু বিচাৰি থাকোতে হাতীৰ মুখামুখি হোৱাত হাতীৰ আক্ৰমণত যুৱকজন ঠিতাতে নিহত হয় আৰু লগৰ কে’জনে পলাই পত্ৰং দিয়ে । পাছত বন বিভাগ আৰু শালনা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহতো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে |
হাবিত বনৰীয়া আলু বিচাৰি গৈ হাতীৰ আক্ৰমণত মৃত্যু নগাঁৱৰ যুৱকৰ
-
By publisher

- Categories: News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19STAY HOME STAY SAFE
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025