দেশত অব্যাহত থকা দ্বিতীয় পৰ্যায়ৰ তলাবন্ধৰ মাজতে দেওবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৩০ কোটি ভাৰতীয়ক “মন কি বাত”ৰ জৰিয়তে সম্বোধন কৰি ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ বাবে সকলোৱে একেলগে যুঁজ অব্যাহত ৰাখিছে বুলি উল্লেখ কৰে। তেওঁ এই দুৰ্যোগৰ সময়ত কৃষকে নিজৰ খেতিৰ সামগ্ৰী দৰিদ্ৰজনক বিতৰণৰ সামান্তৰালভাৱে বহু লোকে নিজক কামৰ দ্বাৰা লাভ কৰা পুৰস্কাৰ প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিত দান কৰিছে বুলি মত ব্যক্ত কৰে| এই ‘মন কি বাত’ অনুষ্ঠানৰ শেষত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই অনুষ্ঠানৰ জৰিয়তে ক’ভিড-১৯ প্ৰতিৰোধী যুঁজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক সন্মুখৰপৰা দিয়া নেতৃত্ব আৰু তেখেতে দেখুওৱা দূৰদৰ্শিতা পুনৰবাৰ সবল ৰূপত প্ৰতিফলিত হ’ল |
“মন কি বাত”ৰ জৰিয়তে ১৩০ কোটি ভাৰতীয়ক সম্বোধন প্ৰধানমন্ত্ৰীৰ
-
By publisher

- Categories: COVID-19, News
- Tags: Covid-19FIGHT AGAINST CORONAINDIA FIGHTS CORONAMANNKIBAATNarendra ModiSTAY HOME STAY SAFE
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025