ক’ভিড ১৯ ৰ ৰোগীসকলৰ লগতে সকলো মানুহৰ বাবে দেৰগাঁৱৰ সাংস্কৃতিক জগতৰ চিনাকি নাম যতীন শৰ্মাই সাঁজি উলিয়াইছে ভেন্টিলেশ্যন । সকলো ৰাইজে অতি কম খৰচত এই অত্যাধুনিক ভেন্টিলেটৰৰ ব্যৱহাৰ কৰিব পাৰিব । দেৰগাঁৱত জন্ম গ্ৰহণ কৰা প্ৰয়াত ৰমণী শৰ্মাৰ সন্তান যতীন শৰ্মা বৰ্তমান মুম্বাইত প্ৰতিষ্ঠিত সংগীত শিল্পী ৷ সম্প্ৰতি যতীন শৰ্মাৰ এই কাৰ্যই অসমলৈ গৌৰৱ কঢ়িয়াই অনাত অসম তথা দেৰগাঁৱবাসী ৰাইজ আনন্দিত হৈ পৰিছে । ইফালে যতীন শৰ্মাৰ এই কাৰ্যৰ কাৰণে দেৰগাঁও সাংবাদিক সন্থাৰ তৰফৰ পৰাও অভিনন্দন জ্ঞাপন কৰা হয় । চন্দন শৰ্মাৰ এই সুবিধাৰ কথা অসম চৰকাৰে যাতে গুৰুত্ব সহকাৰে বিবেচনা কৰিব বুলি আশা প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে।
দেৰগাঁৱত বলীউডত প্ৰতিষ্ঠিত শিল্পীয়ে সাঁজি উলিয়ালে ভেন্টিলেশ্যন
-
By publisher

- Categories: COVID-19, News
- Tags: AssamASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19Lockdown
Related Content
এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
By
publisher
March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
By
publisher
March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
By
publisher
March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
By
publisher
March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
By
publisher
March 11, 2026