গুৱাহাটী আই আই টি ৰ ক’ভিড-১৯ ৰ ৰোগীসকলৰ বিৰুদ্ধে অভিযান

intubation

◆ শ্বাস-নিশ্বাসৰ সমস্যা থকা ক’ভিড-১৯ৰ ৰোগী সকলৰ বাবে আই আই টি গুৱাহাটীৰ ছাত্ৰ সকলে ‘ইনটিওব্যেশ্বন  বক্স’ নিৰ্মাণ  কৰি উলিয়াইছে।

◆ ছাত্ৰ-ছাত্ৰী সকলে এই বক্স সমূহৰ নিৰ্মাণ আৰু চৰকাৰী চিকিৎসালয় সমূহলৈ বিনামূলীয়া বিতৰণৰ বাবে এক জন-সাহায্য অভিযানৰ আৰম্ভ কৰে।

◆  এই অভিযানৰ দ্বাৰা মাত্ৰ ৬ ঘণ্টাৰ ভিতৰতে অভিলেখ সৃষ্টি কৰি মুঠ ৫০,০০০টকাৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

 

Exit mobile version