Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Arvind Kejriwal’s Personal Secretary Arrested Delhi Police:অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিবক আটক দিল্লী আৰক্ষীৰ

সাংসদ মালিৱালে তৰা গোচৰ সন্দৰ্ভত আটক বিভৱ কুমাৰক

publisher by publisher
May 18, 2024
in India, News
Reading Time: 2 mins read
0
Arvind Kejriwal’s Personal Secretary Arrested Delhi Police:অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিবক আটক দিল্লী আৰক্ষীৰ
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

Two Accused Arrested for Abusing Arunachali Women:অৰুণাচলৰ তিনি যুৱতীক দিল্লীত পুনৰ জাত-পাতত ধৰি অপমান কৰা দুই পুৰুষ-মহিলাক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

Arvind Kejriwal’s Personal Secretary Arrested Delhi Police:

অৱশেষত গ্ৰেপ্তাৰ হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সহায়ক বিভৱ কুমাৰ। আপৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালক ১৩ মে’ৰ পুৱা কেজৰিৱালৰ চৰকাৰী আৱাসগৃহত বিভৱ কুমাৰে শাৰিৰীকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উদ্থাপন কৰি গোচৰ ৰজু কৰিছিল ৷

ADVERTISEMENT

উল্লেখ্য যে,আপৰ ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়তে বিভৱ কুমাৰে তেওঁৰ স’তে প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হৈ পিছত শাৰিৰীকভাৱে অপদস্থ কৰা বুলি দিল্লী আৰক্ষীক অৱগত কৰিছিল ৷

আনহাতে আপৰ সাংসদ গৰাকীয়ে নিজ দলৰ মুৰব্বীৰ চৰকাৰী বাসগৃহতে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিবৰ দ্বাৰা অপদস্থ হোৱাৰ ঘটনা বিয়পি পৰাৰ লগে লগে দিল্লীৰ ৰাজনীতি বতাহ গৰম হৈ পৰে ৷

আনহাতে,এই ঘটনাৰ পিছতে বিজেপিৰ নেতা- কৰ্মীৰ দলে দিল্লী মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত উত্তাল প্ৰতিবাদ কৰে ৷ আনহাতে ৰাষ্ট্ৰীয় মহিলা আয়োগেও নিজাববীয়াকৈ গোচৰ ৰজু কৰি কেজৰিৱালৰ ব্যক্তিগত সহায়ক বিভৱ কুমাৰলৈ জাৰি কৰে চমন ৷ কিন্ত এনে ঘটনাক্ৰমৰ মাজতে আজি দিল্লী আৰক্ষীয়ে আটক কৰে বিভৱ কুমাৰক ৷
উল্লেখ্য য়ে, আপৰ সাংসদ গৰাকী অপদস্থ হোৱাৰ সমস্ত ঘটনাক লৈ বৃহস্পতিবাৰে দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে স্বাতী মালিৱালৰ পক্ষত অৱস্থান লৈ ঘটনা তীব্ৰ গৰিহনা দিয়ে বুলি এক সংবাদমেলত সদৰি কৰিছিল আপৰ সাংসদ সঞ্জয় সিঙে ৷

কিন্ত শুক্ৰবাৰে দিল্লীৰ শিক্ষামন্ত্ৰী তথা আপৰ জ্যেষ্ঠ নেত্ৰী আতিশী মাৰ্লেনাই এক সংবাদমেল অনুষ্ঠিত কৰি সাংসদ স্বাতী মালিৱাল আৰু বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ এই ঘটনাত বিভৱ কুমাৰ জড়িত নহয় বুলি কৈ এইয়া বিজেপিৰ শ্ৰতলিপিত স্বাতী মালিৱালে অৰবিন্দ কেজৰিৱালৰ ভাৱমূৰ্ত্তি ম্লান কৰাৰ প্ৰচেষ্টা বুলি মন্তব্য কৰে মাৰ্লেনাই ৷ অৰবিন্দ কেজৰিৱালক টাৰ্গেট কৰিবলৈ গৈ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে বিভৱ কুমাৰক বাচি লয় স্বাতী মালিৱাল আৰু বিজেপিয়ে।

আনহাতে ১৩ মে’ ত সংঘটিত হোৱা এই ঘটনা সম্পৰ্কত স্বাতীয়ে শুক্ৰবাৰে দিল্লী আৰক্ষীক দিয়া গোচৰমৰ্মে শণিবাৰে দুপৰীয়া দিল্লীৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহৰ পৰা দিল্লী আৰক্ষীয়ে বিভৱ কুমাৰক প্ৰথমে আটক কৰি পিছত আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য যে,সাংসদ স্বাতী মালিৱালৰ বিৰুদ্ধে শুক্ৰবাৰেই অনুৰূপ গোচৰ ৰজু কৰিছিল বিভৱ কুমাৰে ৷ কিন্ত এই গোচৰ দিল্লী আৰক্ষীয়ে পঞ্জীয়ন নকৰা বুলি অভিযোগ কৰে উদ্থাপিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aap Mp Swati Maliwal Assault CaseArvind Kejriwal PS ArrestedDelhi Police
publisher

publisher

Related Posts

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d