বৃহস্পতিবাৰে মহানগৰ আৰক্ষীৰ অভিযানত পাঁচজনীয়া এটা চোৰৰ দল গেপ্তাৰ কৰিবলৈ সক্ষম হয় | ধৃত চোৰকেইটা ক্ৰমে গোলাঘাট দেৰগাঁওৰ অনন্ত বৰা (২০), বিৰুবাৰীৰ শংকৰ দাস (২০), নলবাৰীৰ ছয়দুল আলি (২৫), ফটাশিল আমবাৰীৰ নুৰ আলী (২০) আৰু উত্তৰ গুৱাহাটীৰ পাপু বৰা | ধৃত চোৰকেইটা যোৱা ১৬ এপ্ৰিলত পাণবজাৰৰ “ডা: আৰ ডায়েবেটিছ এণ্ড ফুড কেয়াৰ” নামৰ প্ৰতিষ্ঠানখনত সংঘটিত চুৰিকাণ্ডৰ সতে জড়িত | আৰক্ষীয়ে চোৰৰ দলটোৰ পৰা নগদ ২৭০০ টকাৰ লগতে প্ৰতিষ্ঠানখনৰ পৰা চুৰি হোৱা এলইডি টিভি উদ্ধাৰ কৰিবলৈ সক্ষম হয় |
পাণবজাৰত চোৰৰ ঘাটি উৎখাত : চুৰি সামগ্ৰী উদ্ধাৰ
-
By publisher

- Categories: City, Crime, News
- Tags: City PoliceGuwahati
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025