বৃহস্পতিবাৰে বঙাইগাওঁ জিলাত পুনৰ চাৰিজন আৰু হাইলাকান্দি জিলাত এজন ব্যক্তিৰ দেহত ক’ভিড-১৯ ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত ৰাজ্যত আক্ৰান্তৰ সংখ্যা মুঠ ৪২ জনলৈ বৃদ্ধি পালে ৷ মুঠ আক্ৰান্তৰ ৪২ জনৰ ২৯ জন ইতিমধ্যে সুস্থ হোৱাৰ বিপৰীতে এজনৰ মৃত্যু আৰু বৃহস্পতিবাৰ পৰ্যন্ত ১২ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে |
ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19
Related Content
এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
By
publisher
March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
By
publisher
March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
By
publisher
March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
By
publisher
March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
By
publisher
March 11, 2026