Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুনৰ অসুস্থ ছোনিয়া গান্ধী

    পুনৰ অসুস্থ ছোনিয়া গান্ধী

    পুণ্যস্নান কৰি অঘটন ! গোদাবৰী নদীত উটি গ’ল পাঁচ কিশোৰ 

    মর্মান্তিক ! দলং ভাঙি চাৰি জনৰ মৃত্যু, আহত ৩২

    ধাৰাসাৰ বৰষুণৰ ফলত কেদাৰনাথ পথত ভূমিস্খলন, তীৰ্থযাত্ৰীৰ মৃত্যু, বৰ্তমানৰ বাবে বন্ধ তীৰ্থযাত্ৰা

    মাওবাদী বিৰোধী অভিযানত আন এক সফলতা, মধ্যপ্ৰদেশত চাৰি মাওবাদী নেতা নিহত

    মাত্ৰ ৪০ দিনত পাঁচখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত অন্তত ১২!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

 এটা যুগৰ অৱসানঃ শতাধিক ছবিত অভিনয় কৰি হঠাতে গ’লগৈ চকলেট হিৰো ঋষি কাপুৰ 

publisher by publisher
April 30, 2020
in COVID-19, News
Reading Time: 1 min read
0
 এটা যুগৰ অৱসানঃ শতাধিক ছবিত অভিনয় কৰি হঠাতে গ’লগৈ চকলেট হিৰো ঋষি কাপুৰ 
1
SHARES
11
VIEWS
ShareShareShareShare
একেসময়তে দুজনকৈ বলীউডৰ মহীৰূহক হেৰুৱাই শোকত ভাগি পৰিছে বিশ্বৰ লগতে দেশৰ চলচ্চিত্ৰপ্ৰেমীসকল।  একেটা সপ্তাহৰ বুধবাৰে ইৰফান খান আৰু আজি অৰ্থাৎ বৃহস্পতিবাৰে বলীউডৰ আন এজন অভিনেতা ঋষি কাপুৰৰ মৃত্যুক যেন কোনো অনুৰাগীয়ে সহজভাৱে ল’ব পৰা নাই ৷ এফালে কৰ’না ভাইৰাছৰ সন্ত্ৰাস আৰু আনফালে দুজন প্ৰিয় অভিনেতাৰ মৃত্যু যেন আমাৰ সকলোৰে কাৰণে অসহনীয় ৷ চিৰসেউজ অভিনেতা ঋষি কাপুৰৰ মৃত্যুৰ পিছত আজি দুপৰীয়া চন্দনবাৰী শ্মশানঘাটত অভিনেতাজনৰ অন্তিম সৎকাৰ কৰা হয় ৷ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইৰ আৰক্ষীয়ে ঋষি কাপুৰৰ অন্ত্যোষ্টিক্ৰিয়াত মাত্ৰ ২৫ জন লোকক অংশ ল’বলৈ অনুমতি প্ৰদান কৰে। পত্নী নীতু সিং,ৰনবীৰ কাপুৰৰ উপৰিও কৰীনা কাপুৰ খান,অভিষেক বচ্চন,ঐশ্বৰ্য ৰায় বচ্চন,উদ্যোগপতি অনিল আম্বানি,আলিয়া ভাট,ৰীমা জৈন,মনোজ জৈন,আদৰ জৈন,অনীশা জৈন,বিমল পাৰীখ আদিয়ে অংশ লয় অন্ত্যোষ্টিক্ৰিয়াত ৷ ইফালে পিতৃৰ অন্তিম সংস্কাৰত উপস্থিত থাকিব নোৱাৰিলে ঋষি কাপুৰৰ কন্যা ৰিদ্ধিমা কাপুৰ ।
30 04 2020 rishikapoordaughter 20232992
৩৯ বয়সীয়া ৰিদ্ধিমাই চাৰ্ডাড বিমানেৰে মুম্বাইলৈ আহিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ওচৰত অনুমতি বিচাৰিছিল যদিও এই আবেদনত মঞ্জুৰী নাপালে ৰিদ্ধিমাই ।ইয়াৰ পিছত ৰিদ্ধিমাক দিল্লীৰ পৰা মুম্বাইলৈ পথৰে যাত্ৰা কৰিবলৈ অনুমতি দিয়ে মন্ত্ৰ্যালয়ে। কিন্তু ব্যক্তিগত বাহনেৰে দিল্লীৰ পৰা মুম্বাইলৈ প্ৰায় ১৪০০ কিলোমিটাৰ যোৱাৰ পিছত শুক্ৰবাৰেহে মুম্বাইত উপস্থিত হ’ব পাৰিব ৰিদ্ধিমা কাপুৰ। ইফালে ৰনবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়া দেখাৰ সপোনটো সপোন হৈয়ে ৰ’ল ঋষি কাপুৰৰ ৷এক সাক্ষাৎকাৰত ঋষি কাপুৰে কৈছিল” ৰনবীৰৰ ৩৫ বছৰ হ’ল ৷তেওঁ পছন্দৰ মতে বিয়া পাতিব পাৰে। তেওঁৰ সুখতেই মোৰ সুখ” ৷দৰাচলতে এটা সাক্ষাৎকাৰত ৰনবীৰ আৰু আলিয়াৰ সম্পৰ্কৰ কথা পিতৃ ঋষি কাপুৰক সোধোতে এই মন্তব্য দিছিল অভিনেতাজনে । এই সময়ত ঋষি কাপুৰৰ শোকসন্তপ্ত পৰিয়ালে সকলো অনুৰাগীক সামাজিক দূৰত্ব বজাই ৰাখি আইনক সন্মান কৰিবলৈ আহ্বান কৰিছে।

আহক জানো বলীউডৰ চিৰসেউজ অভিনেতাজনৰ কেইটামান উল্লেখযোগ্য দিশঃ

ADVERTISEMENT

RelatedPosts

সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

বলিউডত শোকৰ ছাঁ

  • ১.১৯৫২ চনৰ ৪ ছেপ্তেম্বৰত মুম্বাইত জন্ম গ্ৰহণ কৰিছিল ঋষি কাপুৰে। 
  • মুম্বাইৰ চেম্পিয়ন স্কুল আৰু আজমীৰৰ মায়’ কলেজৰ পৰা শিক্ষা গ্ৰহণ কৰে ঋষি কাপুৰে ৷
  • মাত্ৰ তিনি বছৰ বয়সতে ঋষি কাপুৰে “প্যাৰ হুৱা,ইকৰাৰ হুৱা”ছবিৰ জৰিয়তে যাত্ৰা কৰে বলীউডলৈ ৷
  • ১৯৭০ ত মুক্তি পোৱা পিতৃ ৰাজ কাপুৰৰ “মেৰা নাম জ্জোকৰ” ছবিৰ কাৰণে শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় শিশু অভিনেতাৰ পুৰস্কাৰ লাভ কৰে ঋষি কাপুৰে ৷
  • ইয়াৰ পিছত ঋষি কাপুৰে ১৯৭৩ ত অভিনেতা ডিম্পল কাপাড়িয়াৰ স’তে “ববী” ছবিখনৰ জৰিয়তে নায়কৰ চৰিত্ৰৰে অভিনয় জীৱনৰ পাতনি মেলে ৷ববী ছবিৰ জৰিয়তে ফিল্মফেয়াৰ এৱাৰ্ড লাভ কৰিছিল ঋষি কাপুৰে। 
  • ঋষি কাপুৰে ১৯৭৩-২০০০ চনৰ ভিতৰত প্ৰায় ৯২ খন ছবিত অভিনয় কৰে ।
  • ঋষি কাপুৰৰ জনপ্ৰিয় ছবিসমূহৰ ভিতৰত “খেল খেল ম্যে”,কভি কভি”,”অমৰ আকবৰ এণ্ঠনী”,কৰ্জ”,চান্দনী, ৰাজা,লেইলা-মজনু,শ্বৰগম,প্ৰেম ৰোগ,কুলী,সাগৰ,ব’ল ৰাধা ব’ল, আদি ৷ইয়াৰ ভিতৰত ২০০৯ চনত মুক্তি প্ৰাপ্ত ছবি “লাভ আজ ক’ল” “অগ্নিপথ”,আৰু মুল্ক ছবিতো অভিনয় কৰে ঋষি কাপুৰে। 
  • ১৯৯৯ চনত আ’ অৱ লৌট চল্লে ছবিৰ জৰিয়তে ঋষি কাপুৰে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে ।
  • দো দুনী ছাৰ” ছবিৰ কাৰণে ফিল্ম ফেয়াৰৰ শ্ৰেষ্ঠ অভিনেতাৰ বটাঁ লাভ কৰে ঋষি কাপুৰে ।লগতে ২০১৬ ত মুক্তি পোৱা “কাপুৰ এণ্ড চন্চ” ছবিৰ কাৰণে ফিল্ম ফেয়াৰৰ শ্ৰেষ্ঠ সহকাৰী অভিনেতাৰ পুৰস্কাৰ লাভ কৰে ।
  • অভিনয়ৰ যোগেৰে বলীউডলৈ আগবাঢ়োৱা অৱদানৰ কাৰণে ২০০৮ ত তেওঁক প্ৰদান কৰা হয় জীৱন জোৰা সাধনা বটাঁ। 
  • ঋষি কাপুৰৰ পৰিয়ালৰ ভিতৰত অভিনেতা আৰু পৰিচালক ৰাজ কাপুৰ আৰু কৃষ্ণা ৰাজ কাপুৰৰ দ্বিতীয় সন্তান ঋষি কাপুৰ । অৰ্থাৎ প্ৰসিদ্ধ কাপুৰ পৰিয়ালৰ সন্তান ঋষি কাপুৰ ৷ অভিনয় যেন তেওঁৰ তেজতেই আছে ৷
  • ঋষি কাপুৰে ১৯৮০ ত নীতু সিঙৰ লগত বিবাহ পাশত আৱদ্ধ হয়। তেওঁ নীতু সিঙৰ লগত বলীউডত বহুকেইখন ছবিত অভিনয় কৰিছিল ৷তেওঁলোকৰ দুটি সন্তান ৰিদ্ধিমা আৰু ৰনবীৰ কাপুৰ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BOLLYWOODNeetu KapoorRANBIR KAPOORRIP Rishi KapoorRishi Kapoor
publisher

publisher

Related Posts

পুনৰ অসুস্থ ছোনিয়া গান্ধী
India

পুনৰ অসুস্থ ছোনিয়া গান্ধী

June 15, 2025
পুণ্যস্নান কৰি অঘটন ! গোদাবৰী নদীত উটি গ’ল পাঁচ কিশোৰ 
India

পুণ্যস্নান কৰি অঘটন ! গোদাবৰী নদীত উটি গ’ল পাঁচ কিশোৰ 

June 15, 2025
মর্মান্তিক ! দলং ভাঙি চাৰি জনৰ মৃত্যু, আহত ৩২
India

মর্মান্তিক ! দলং ভাঙি চাৰি জনৰ মৃত্যু, আহত ৩২

June 15, 2025
ধাৰাসাৰ বৰষুণৰ ফলত কেদাৰনাথ পথত ভূমিস্খলন, তীৰ্থযাত্ৰীৰ মৃত্যু, বৰ্তমানৰ বাবে বন্ধ তীৰ্থযাত্ৰা
India

ধাৰাসাৰ বৰষুণৰ ফলত কেদাৰনাথ পথত ভূমিস্খলন, তীৰ্থযাত্ৰীৰ মৃত্যু, বৰ্তমানৰ বাবে বন্ধ তীৰ্থযাত্ৰা

June 15, 2025
মাওবাদী বিৰোধী অভিযানত আন এক সফলতা, মধ্যপ্ৰদেশত চাৰি মাওবাদী নেতা নিহত
India

মাওবাদী বিৰোধী অভিযানত আন এক সফলতা, মধ্যপ্ৰদেশত চাৰি মাওবাদী নেতা নিহত

June 15, 2025
মাত্ৰ ৪০ দিনত পাঁচখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত অন্তত ১২!
India

মাত্ৰ ৪০ দিনত পাঁচখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত অন্তত ১২!

June 15, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d