কেন্দ্ৰীয় ৰেল মন্ত্ৰণালয়ৰ বিশেষ পদক্ষেপ

WhatsApp Image 2020 05 01 at 3.57.20 PM

■ কেন্দ্ৰীয় ৰেল মন্ত্ৰণালয়ে তেলেংগানাৰ লিঙ্গমপুল্লীৰ পৰা ঝাৰখণ্ডৰ হটিয়ালৈ শ্রমিকসকল যাবৰ বাবে এক বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে। 

■ দেশজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ বাবে অব্যাহত থকা তলাবন্ধৰ বাবে দেশৰ যাত্ৰীবাহী ৰেলৰ ব্যৱস্থা বন্ধ কৰি কৰি ৰখা হৈছিল। 

■ সুদীৰ্ঘ ৪০ দিনৰ অন্তত শুক্ৰবাৰে দেশৰ শ্ৰমিক আৰু ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ্থে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰণালয়ে তেলেংগানাৰ পৰা ঝাৰখণ্ড যোৱাৰ বাবে এই বিশেষ ৰে’লৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

Exit mobile version