কলিয়াবৰত দেওবাৰে উদ্ধাৰ হ’য় এটা প্ৰকাণ্ড মূগাফেঁটি | শিলঘাটৰ প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাইলকলিয়াবৰৰ চিকনি বৰহোলাৰ পৰাল উদ্ধাৰ কৰে প্ৰকাণ্ড মূগাফেঁটিটো । উল্লেখযোগ্য যে, সাপটো উদ্ধাৰৰ পাছত কুকুৰাকটা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে। তলাবন্ধৰ মাজতে কলিয়াবৰৰ বিভিন্ন স্থানত সঘনে এনেদৰে বিষাক্ত সাপ ওলাই অহা পৰিলক্ষিত হৈছে ৷ সৰ্বত্ৰে নিমাওমাও পৰিবেশৰ মাজতে এনেদৰে সততে দেখিবলৈ নোপোৱা বিষাক্ত আৰু বিপন্নপ্ৰায় প্ৰাণীসমূহ জনাঞ্চললৈ ওলাই অহাৰ সন্দেহ ব্যক্ত কৰিছে প্ৰকৃতি প্ৰেমীসকলে ৷ ইফালে এই সময়ছোৱাতে এইজন যুৱকে বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰি বনাঞ্চলৰ মাজত এৰি দিছে অৰ্ধশতাধিক বিভিন্ন প্ৰজাতিৰ সৰ্প ৷
কলিয়াবৰৰ চিকনি বৰহোলাত উদ্ধাৰ এটা প্ৰকাণ্ড মূগাফেঁটি
-
By publisher

Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025