শনিবাৰৰে পৰা জম্মু-কাশ্মীৰৰ কুপৱাড়াত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদী বিৰুদ্ধে চলা অভিযানত ভাৰতীয় সেনাৰ এজন কৰ্নেল, এজন মেজৰ, দুই সেনা জোৱানৰ লগতে এগৰাকী আৰক্ষী বিষয়া সন্ধানহীন হয় |সংঘৰ্ষত ছহিদ হোৱাৰ আশংকা প্ৰকাশ আৰক্ষীৰ। আৰক্ষীৰ ভাষ্য অনুসৰি সন্ত্ৰাসবাদী আত্মগোপন কৰি থকা খবৰ পাই কৰ্নেলৰ নেতৃত্বৰ সেনাৰ কে’বাজনো জোৱানে চলাইছিল অভিযান। এই অভিযানৰ পাছতে পাঁচজন সেনা বিষয়া-জোৱান সন্ধানহীন হৈ আছিল। পুৱা সাত জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ হয় | ইয়াৰে দুজন সন্ত্ৰাসবাদী বুলি আশংকা প্ৰকাশ কৰিছে আৰক্ষীয়ে |
জন্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদী সংঘৰ্ষত কৰ্নেল, মেজৰসহ পাঁচজন ছহিদ
-
By publisher
- Categories: India, News
- Tags: Fight against terrorismIndian ArmyJammu-Kashmir
Related Content
বেলুচিস্তান বিদ্ৰোহীৰ আক্ৰমণত ১৮ পাক জোৱানৰ মৃত্যু
By
publisher
February 2, 2025
বিভ্রান্তিকৰ বিজ্ঞাপন! ৰামদেৱৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰৰ পৰোৱানা
By
publisher
February 2, 2025
US Canada Tariff Conflict:ট্রাম্পক প্ৰত্যুত্তৰ ট্রুডোৰ !
By
publisher
February 2, 2025
Nagaon Drama:নগাঁও জিলা পুথিভঁৰালত 'শিল্পকানন'ৰ বিশেষ নাট্য সন্ধিয়া
By
publisher
February 1, 2025