Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

আজি ছ’চিয়েল মিডিয়াত একত্ৰিত হ’ব বলীউড -হলীউড

publisher by publisher
May 3, 2020
in COVID-19, Entertainment, News
Reading Time: 1 min read
0
আজি ছ’চিয়েল মিডিয়াত একত্ৰিত হ’ব বলীউড -হলীউড
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Salman Khan’s kitchen is banned from beef:জনপ্ৰিয় অভিনেতা ছলমান খানৰ পাকঘৰত নিষিদ্ধ গো-মাংস !

সমগ্ৰ বিশ্বত সম্প্ৰতি কৰ’না ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে। যাৰ কাৰণে বিশ্বৰ বহু কেইখন দেশৰ লগতে ভাৰতবৰ্ষটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে তলাবন্ধ ঘোষণা কৰিছে ।এই সময়ত কৰ’না ভাইৰাছক লৈ সজাগতা সৃষ্টি কৰাৰ কাৰণে আজি বিয়লি ৭.৩০ বজাত এক অনলাইন অনুষ্ঠানত একত্ৰিত হ’ব বলীউড আৰু হলীউদ ।
“I For India” নামেৰে হোৱা এই অনুষ্ঠানটোত বলীউড তথা হলীউডৰ প্ৰায় ৮৫ জন চেলীব্ৰেটীয়ে অংশগ্ৰহণ কৰিব।  এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে কৰ’না ভাইৰাছৰ কাৰণে সাহায্য একত্ৰিত কৰা আৰু তলাবন্ধৰ কাৰণে ঘৰতে গৃহবন্দী হৈ থকা লোকসকলক মনোৰঞ্জন কৰা। ইপিনে বলীউডৰ পৰিচালক,প্ৰযোজক,অভিনেতা,বিচাৰক কৰণ জোহৰে ইতিমধ্যে ইনষ্টাগ্ৰামৰ জৰিয়তে এই অনুষ্ঠানৰ কথা সদৰী কৰিছে ।কৰণ জোহৰে লিখিছে” দুই সপ্তাহ পূৰ্বৰ পৰাই আমি দেশৰ সকলোতকৈ ডাঙৰ অনলাইন অনুষ্ঠানটোৰ প্ৰস্তুতি কৰিছো।
এই অনুষ্ঠানটোৰ জৰিয়তে গৃহবন্দী হৈ থকা লোকসকলক মনোৰঞ্জন লাভ কৰিব পাৰিব ।লগতে যিসকল লোকে কৰ’না ভাইৰাছ বিৰুদ্ধে দিন ৰাতি একাকাৰ কৰি আছে ,তেওঁলোককো আমি এই অনুষ্ঠানটোৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছো। আনহাতে এই অনুষ্ঠানটোৰ জৰিয়তে  যিসকলৰ লোকৰ কোনো সংস্থাপন নাই,তেওঁলোকৰ কাৰণেও সাহাৰ্য একত্ৰিত কৰা হ’ব । ইপিনে সাহায্যৰ ১০০ শতাংশ দিয়া হ’ব ক’ভিড১৯ৰ চিকিৎসা কৰাত।” উল্লেখযোগ্য যে এই অনুষ্ঠানে “গিভ ইণ্ডিয়া” ৰ জৰিয়তে সাহায্য একত্ৰিত কৰিব। ২০ বছৰ পুৰণি “গিভ ইণ্ডিয়া” ৰ জৰিয়তে সাহাৰ্য একত্ৰিত কৰা হয় ৷ইয়াৰ সঞ্চালকজনৰ নাম হৈছে ভেংকট কৃষ্ণণ ।
ইয়াৰ জৰিয়তে প্ৰায় ১২৫০ তকৈ অধিক এন জি অ’ৰ ১৩ লাখতকৈ অধিক সাহায্য একত্ৰিত কৰা হয় ৷যাৰ প্ৰয়োগ সামাজিক কাৰ্যত কৰা হয়। কাৰণ কৰণ জোহৰ আৰু জ’য়া আখতাৰে “I For India” ৰ কাৰণে “গিভ ইণ্ডিয়া”ই কাম কৰি আছে।  এই অনুষ্ঠানত দেশ বিদেশৰ বিভিন্ন ষ্টাৰ ছুপাৰষ্টাৰসকলে ফেচবুকৰ জৰিয়তে লাইভ অনুষ্ঠান পৰিবেশন কৰিব ।ইয়াত শ্বাহৰুখ খান,কৰীনা কাপুৰ খান,আলিয়া ভাট্ট,এ আৰ ৰহমান,অৰিজিৎ সিং,অনুষ্কা শৰ্মা,ঋত্বিক ৰোশন,জয়া আখতাৰ,জাভেদ আখতাৰ,বিক্কী কোশল,মাধুৰী দিক্ষীতৰ উপৰিও হলীউডৰ নিক জ’নাছ,জো জ’নাছ,চফী ট’নাৰ,লিলী সিঙ আদিয়ে অংশগ্ৰহণ কৰিব ৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BOLLYWOODCorona VirusCovid-19INDIA CORONA VIRUSKareena kapoor khanlock down
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d