বিশ্বত অপ্ৰতিৰোধ্য ক’ভিড-১৯ ভাইৰাছত দেশত দ্ৰুতগতি আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহাৰ বিপৰীতে প্ৰায় দহ লাখ কৰ’নাত আক্ৰান্ত লোকৰ নমুনা পৰীক্ষা সম্পন্ন হৈছে | ইয়াৰ ভিতৰত ৩০ হেজাৰ নমুনা দ্বিতীয়বাৰৰ বাবে পৰীক্ষা কৰা হৈছে | উল্লেখ্য যে দেওবাৰ পৰ্যন্ত ভাৰতত আক্ৰান্তৰ মুঠ সংখ্যা ৪২, ৪৯০ জন আৰু মৃত্যু হৈছে ১৩৯১ জনৰ | কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি সুস্থ হৈ উঠাৰ হাৰ পূৰ্বতকৈ বৃদ্ধি হৈ ২৬. ৫৯ শতাংশ হৈছে |
কৰ’নাৰ সন্দেহত দেশত দহ লাখ লোকৰ নমুনা পৰীক্ষা সম্পন্ন
-
By publisher

- Categories: COVID-19, News
- Tags: CORONAVIRUSCovid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONA
Related Content
এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
By
publisher
March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
By
publisher
March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
By
publisher
March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
By
publisher
March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
By
publisher
March 11, 2026