দেশত অব্যাহত থকা তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ মাজতে বুধবাৰে অসম-পশ্চিম বংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল | তাত তেওঁ কৰ্তব্যৰত বিষয়া, চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু সুৰক্ষা বাহিনীৰ স’তে এক মত বিনিময় অনুষ্ঠানত অংশ লয় । তেওঁ কয় যে অসমৰ বাবে এই প্ৰৱেশদ্বাৰৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। ক’ভিড-১৯ পৰীক্ষাৰ বাবে ইয়াত থকা ব্যৱস্থাৰ লগতে সামগ্ৰিক প্ৰশাসনিক ব্যৱস্থাৰ আজি বিশদভাৱে বুজ লওঁ ।
অসম-বংগৰ সীমান্ত শ্ৰীৰামপুৰত মুখ্যমন্ত্ৰী সোণোৱাল
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19LockdownSarbananda Sonowal
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025