বৃহস্পতিবাৰে গুৱাহাটী তিনি, শিলচৰৰ চাৰি আৰু বহিঃৰাজ্যৰ এজনৰ লোকৰ দেহত ক’ভিড-১৯ ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত ৰাজ্যত আক্ৰান্তৰ সংখ্যা মুঠ ৫৩ জনলৈ বৃদ্ধি পালে ৷ মুঠ আক্ৰান্তৰ ৫৩ জনৰ ৩৪ জন ইতিমধ্যে সুস্থ হোৱাৰ বিপৰীতে এজনৰ মৃত্যু আৰু বৃহস্পতিবাৰ পৰ্যন্ত ১৯ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে | ইফালে, কৰ’না প্ৰাদুৰ্ভাৱ প্ৰতিহত কৰিবলৈ ৰাজ্যত কিছু শিথিলতাৰে তলাবন্ধ অব্যাহত থকাৰ সময়ত বৃহস্পতিবাৰে দ্ৰুতহাৰত সংক্ৰমণ বৃদ্ধি পোৱা ঘটনাই সকলোকে আতংকিত কৰি তুলিছে |
ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৫৩ জনলৈ বৃদ্ধি
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACORONAVIRUSCovid-19FIGHT AGAINST COVID-19
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025