মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল | গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ শিক্ষাৰ্থী ডাঃ লিথিকেশ বি এছ কৰ’নাত আক্ৰান্ত | বৃহস্পতিবাৰে তেওঁ দেহত কৰ’নাৰ উপস্থিতি ধৰা পৰে | ডাঃ লিথিকেশ দক্ষিণাত্যৰ ছাত্ৰ | যোৱা চাৰি মে’ পৰা ক’ভিডৰ স্কেনিং টেষ্টৰ দায়িত্বত আছিল | ২৭ এপ্ৰিলতে তেওঁৰ দেহত চিন্তন দেখা দিছিল | ৩০ এপ্ৰলিত এখন ৱৰ্কচপত অংশ লৈছিল | তেওঁ নিজেই নমুনা পৰীক্ষা কৰিবলৈ আগবাঢ়ি আহিছিল | ইতিমধ্যেই তেওঁৰ সংস্পৰ্শলৈ অহা ৩৮৬ জনক কোৱাৰেণ্টাইন কৰা হৈছে | ইয়াৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰসহ কেবাজনো চিকিৎসক, প্ৰশাসনৰ লোকৰ লগতে তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে | ইতিমধ্যে ডাঃ লিথিকেশে থকা এক নম্বৰ ছাত্ৰবাস কণ্টেইনমেন্ট জন হিচাপে চিহ্নিত কৰা হৈছে আৰু তেওঁ কেবাদিনো খাদ্য গ্ৰহণ কৰিবলৈ যোৱা পাঁচ নম্বৰ ছাত্ৰবাসও কণ্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে |
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰসহ ৩৮৬ জনক কোৱাৰেণ্টাইন
-
By publisher
- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACORONAVIRUSCovid-19FIGHT AGAINST COVID-19GMCH
Related Content
Condemnation of Jua :ৰাজ্যত সঘন সাংবাদিক নিগ্ৰহৰ ঘটনাক তীব্ৰ গৰিহণা জুৱাৰ
By
publisher
January 21, 2025
Different Types of Wounds and How to Treat Them:ক্ষতৰ প্ৰতিকাৰ
By
publisher
January 21, 2025
Dhekiajuli:ঢেকিয়াজুলিৰ শলমাৰী গাঁৱৰ আয়ুব খান নামৰ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক জন ১২ দিন ধৰি নিখোঁজ
By
publisher
January 21, 2025
Minister Keshab Mahanta:অসম গণ পৰিষদৰ প্ৰতি থকা আনুগত্যৰ অনন্য নিদৰ্শন
By
publisher
January 21, 2025
kalchakra Purnanga Panjika Release:গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন পূৰ্ণাংগ কালচক্ৰ পঞ্জিকা
By
publisher
January 21, 2025