সোমবােৰ কৰ’নাত আক্ৰান্ত নিশ্চিত হোৱা আলু গুদামৰ কৰ্মচাৰী মাংৰু সাহানী এসপ্তাহৰ পূৰ্বে চাংসাৰীস্থিত আলু গুদামলৈ যোৱা নাছিল বুলি দাবী কৰিছে গুদামটোৰ পৰিচালক আৰু একাংশ কৰ্মচাৰীয়ে । মঙ্গলবাৰে দণ্ডাধীশৰ উপস্থিতিত গুদামটো ছীল কৰাৰ সময়ত এই মন্তব্য কৰে কৰ্মচাৰীসকলে । দণ্ডাধীশৰ আগত তেওঁলোকে ২৮ দিন পূৰ্বে মংৰু গুদামলৈ অহা বুলি উল্লেখ কৰি বস্তা পৰি আহত হোৱাৰ কথা প্ৰকাশ কৰে। অৱশ্য লোকচানৰ ভয়তে কৰ্মচাৰীসকলে মিছা কোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।
চাংসাৰিৰ আলু গুদামৰ কৰ্মচাৰীৰ দাবীঃএসপ্তাহ নহয়, ২৮ দিন পূৰ্বে গুদামলৈ গৈছিল মংৰু সাহানী
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACORONAVIRUSCovid-19FIGHT AGAINST COVID-19
Related Content
বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
By
publisher
April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
By
publisher
April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
By
publisher
April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
By
publisher
April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
By
publisher
April 29, 2026