- ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷
- ৰাজ্যত পুনৰ সাত জনৰ দেহত কৰ’নাৰ অৱস্থিতি |
- ইয়াৰে এজনৰ মৃত্যু হৈছে |
- স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷
- তিনিজন সৰুসজাইত কোৱাৰেণ্টাইনত থকা আৰু তিনিজন ফাঁচীবজাৰৰ আলু গুদামৰ সংস্পৰ্শলৈ অহা ৷
- সম্প্ৰতি ৰাজ্যত কৰ’না ৰোগীৰ সংখ্যা ১১৫ জনলৈ বৃদ্ধি ৷
- ইয়াৰ বিপৰীতে সুস্থ হৈছে ৪১জন ৷ চিকিৎসাধীন হৈ আছে ৬৮ জন,আৰু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে চাৰিজন ৷ বহি:ৰাজ্যৰ দুজন |
ৰাজ্যত পুনৰ সাতজনৰ শৰীৰত কৰ’না ভাইৰাছ
