প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুক্ৰবাৰে পশ্চিমবংগ আৰু উৰিষ্যা ভ্ৰমণ কৰি চাইক্ল’ন আমপানে সংঘটিত কৰা ক্ষয়ক্ষতিৰ বুজ ল’ব ৷ তেওঁ আকাশমাৰ্গেৰে সমস্যাৰ বুজ ল’ব আৰু এক পুনৰীক্ষণ বৈঠকত অংশগ্ৰহণ কৰিব ৷ বৈঠকত সাহায্য আৰু পুনৰ্বাসনৰ বিষয়ে আলোচনা কৰা হ’ব ৷
চাইক্ল’ন আমপানৰ দ্বাৰা সংঘটিত ক্ষয়ক্ষতিৰ বুজ ল’বলৈ আজি উৰিষ্যা আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
-
By publisher

Related Content
Election Commission Notice:নির্বাচন আয়োগে বদলি কৰিলে ৰাজ্যৰ পাঁচ আইপিএছ বিষয়াক
By
publisher
March 16, 2026
ডুবাই বিমানবন্দৰৰ কাষত ড্ৰ'ন বিস্ফোৰণ!
By
publisher
March 16, 2026
Nagaon:নগাঁও জিলা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ শাখা গঠন
By
publisher
March 16, 2026
বিয়াত ৰসগোল্লা খাই শ্বাসৰুদ্ধ হৈ মৃত্যু !
By
publisher
March 16, 2026
পশ্চিম এছিয়া যুদ্ধৰ মাজত বিভ্ৰান্তিকৰ পোষ্ট: ইউএইত ১৯ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা
By
publisher
March 16, 2026