ৰাজ্যত পুনৰ আঠজন লোক কোভিড ১৯ত আক্ৰান্ত হৈছে #covid 19 । স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে সদৰী কৰে। ইয়াৰ এজন মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল, এজন শিলচৰ মেডিকেল কলেজৰ, ছজন কাছাৰৰ।। মুঠ আক্ৰান্তৰ সংখ্যা ২৩০জন।
ADVERTISEMENT
📌Alert ~ Eight cases of #COVID19 confirmed, as per details below
↗️1 patient who is at MMCH under quarantine
↗️1 patient of SMCH
↗️6 persons in Cachar with travel history; all in quarantine.Total count 230; active cases are at 169.
Update 6.20 pm / May 22#AssamCovidCount pic.twitter.com/QOSBaMLyjh
— Himanta Biswa Sarma (@himantabiswa) May 22, 2020