Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বৈঠক

publisher by publisher
May 26, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
বিভিন্ন ৰাজ্যত আৱদ্ধক ওভতাই আনিবলৈ বাছ প্ৰেৰণৰ সিদ্ধান্ত দিছপুৰৰ
2
SHARES
19
VIEWS
ShareShareShareShare

ক’ভিড-১৯ ৰ ফলত সমগ্ৰ দেশজুৰি ঘোষণা কৰা তলাবন্ধৰ ফলত দুৰ্বল হৈ পৰা ৰাজ্যখনৰ অৰ্থনীতি পুনৰ নিৰ্মাণ বাবে ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগে ইয়াৰ চাৰিটা খণ্ডৰ প্ৰভাৱৰ বিশ্লেষণাত্মক অধ্যয়ন আৰু কাৰ্যসূচী সম্বলিত এক প্ৰতিবেদন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হাতত অৰ্পণ কৰে ৷ বৈঠকত ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগে প্ৰস্তুত কৰা প্ৰতিবেদনৰ শলাগ লৈ মুখ্যমন্ত্ৰী সোনোৱালে কয় যে এই প্ৰতিবেদনে ৰাজ্যৰ অৰ্থনীতি পুনৰোজ্জীৱিতকৰণৰ দিশত দিক নিৰ্দেশনা প্ৰদান কৰিব ৷ এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে তলাবন্ধৰ ফলত যদিও ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছে৷তৎস্বত্বেও ৰাজ্য অৰ্থনীতি পুনৰ নিৰ্মাণৰ দিশত এতিয়াও বহু সংখ্যক খণ্ডই বিশেষ সম্ভাৱনীয়তা বহন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় ইয়াৰ দ্বাৰা অৰ্থনীতিত চমকপ্ৰদ ফলাফল লাভ কৰিব পৰা যাব।

ADVERTISEMENT

মুখ্যমন্ত্ৰী সোনোৱালৰ অধ্যক্ষতাত মন্ত্ৰী পৰিষদৰ বৈঠকত লোৱা সিদ্ধান্তসমূহ হৈছে-

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

Kochi:অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে ভাৰতৰ অন্তর্দেশীয় জলপথসমূহত সেউজ গতিশীলতা প্ৰদানৰ উপৰি মালবাহী পৰিবহণ আৰু নদী পর্যটনক আগুৱাই নিবলৈ ১,৫০০ কোটি টকাৰো অধিক প্ৰকল্পত অনুমোদন

  • সামুহিক সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যত কোৱাৰেন্টাইনৰ নীতি নিয়মসমূহ কঠোৰভাৱে বলবৎ কৰাৰ সিদ্ধান্ত ৷ বাহিৰৰ পৰা অহা কোনো লোককে কোৱাৰেন্টাইনত নথকাকৈ ঘৰলৈ যাবলৈ দিয়া নহ’ব ৷
  • শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামলৈ ১১৭৬ বিঘা ভূমি আৱন্টন।
  • অসম কেয়াৰ আঁচনিৰ অধীনত বহিঃৰাজ্যত আৱদ্ধ ৩.৬১ লাখ লোকলৈ এপ্ৰিল,মে’ আৰু জুন মাহৰ বাবে প্ৰতিমাহে ২হেজাৰ টকাকৈ বিত্তীয় সাহায্য প্ৰদানত অনুমোদন ৷
  • ঢুলীয়া,নাগাৰা নাম,বেণ্ড পাৰ্টী,ওজাপালিৰ দৰে লোকশিল্পীসকললৈ এপ্ৰিল,মে’ আৰু জুন মাহৰ বাবে প্ৰতিমাহে ২ হেজাৰ টকাকৈ বিত্তীয় সাহাৰ্য প্ৰদানৰ সিদ্ধান্ত।
  • বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকললৈ সাহাৰ্য ব্যৱস্থাপনা বিধি অনুসৰি উপযুক্ত সাহায্য বিতৰণ ব্যৱস্থা৷পৰ্যাপ্ত সাহাৰ্য সামগ্ৰী মজুত আৰু মথাউৰিসমূহৰ মেৰামতিৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্ত সকললৈ নিৰ্দেশ ৷
  • ক’ভিড-১৯ ৰ সৃষ্ট পৰিস্থিতিৰ তদাৰক কৰাৰ বাবে জিলাসমূহত নিযুক্ত মন্ত্ৰীসকলক সংশ্লিষ্ট জিলাৰ বান পৰিস্থিতি তদাৰকী দায়িত্বতো নিয়োগৰ সিদ্ধান্ত ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCovid-19LockdownSarbananda Sonowal
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d