নেৰানেপেৰা বৰষুণৰ ফলত মহাবাহুকে ধৰি ইয়াৰ নৈ, উপ-নৈসমূহৰ জলপৃষ্ঠ ক্রমাৎ বৃদ্ধি পোৱাত শুক্ৰবাৰৰ পৰা গুৱাহাটী–উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ কৰিলে প্ৰশাসনে | কেন্দ্ৰীয় জল আয়োগৰ তথ্য ভিত্তিত অহা দুই নাইবা তিনি দিনৰ ভিতৰত ওফন্দি উঠা ব্রহ্মপুত্রৰ জলপৃষ্ঠই বিপদসীমা অতিক্রম কৰাৰ পূর্ণ সম্ভাৱনা আছে ৷ যাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্রশাসনে জনসাধাৰণৰ নিৰাপত্তাৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটী–উত্তৰ গুৱাহাটী ফেৰী সেৱাৰ লগতে ব্রহ্মপুত্রৰ বুকুত নাও চলাচল পৰা ৩১ মে’লৈ বন্ধৰ নির্দেশ দিছে৷
ক্ৰমাৎ বৃদ্ধি পাইছে মহাবাহুৰ জলপৃষ্ঠ
-
By publisher
Related Content
Minister Bimal Bora at the Assam Pavilion of the International Trade Fair:নতুন দিল্লীৰ আই আই টি এফত অসম দিৱস
By
publisher
November 22, 2024
Putin sends animals to Kim to boost ties with North Korea:উত্তৰ কোৰিয়াৰে ঘনিষ্ঠতা বৃদ্ধি ৰাছিয়াৰ, কীমলৈ জন্তু প্ৰেৰণ পুটিনৰ
By
publisher
November 22, 2024
Delhi has been polluted for 122 days this year:দিল্লীত চলিত বর্ষত ১২২ দিনতে প্ৰদূষণৰ ত্ৰাস
By
publisher
November 22, 2024
Dead leopard found in Guwahati:কংক্ৰিট মহানগৰীত উদ্ধাৰ মৃত নাহৰফুটুকী
By
publisher
November 22, 2024