অপ্ৰতিৰোধ্য ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশত অব্যাহত থকা তলাবন্ধই এজন কন্ঠশিল্পীৰ জীৱিকাৰ পথ সলনি কৰিলে | ২০০৬ৰ পৰাই সংগীত জগতৰ লগতি জড়িত হৈ পৰা মাজুলীৰ প্ৰণৱ সোণোৱাল নামৰ গীতিকাৰ সুৰকাৰজনে তলাবন্ধৰ ফলত আৰ্থিকভাৱে জুৰুলা হৈ অৱশেষত মহানগৰীত এখন ব্ৰইলাৰ মাংসৰ দোকান খুলি জীৱিকা উপাৰ্জনৰ পথ প্ৰশস্ত কৰিছে | জোনবাইৰ জড়িয়তে মাজুলী সোণোৱাল হিচাপে পৰিচিত হৈ পৰা শিল্পীজনৰ গীতত ইতিমধ্যে কন্ঠ নিগৰাইছে জুবিন, কৃষ্ণমনি চুতীয়া, দীক্ষুকে ধৰি কেইবাজনো কন্ঠশিল্পীয়ে | নিজেও সৰু সৰু অনুষ্ঠানত গীত পৰিৱেশন কৰি, বিভিন্ন জনৰ লগত বাদ্যযন্ত্ৰ বজাই পৰিয়াল পোহপাল দিয়া শিল্পীজনে এতিয়া নবীন নগৰত ব্ৰইলাৰ বিক্ৰী কৰি জীৱিকা উপাৰ্জন কৰি বহুতৰে বাবে আদৰ্শ হৈ পৰিছে |
তলাবন্ধৰ প্ৰভাৱঃমহানগৰীত ব্ৰইলাৰ বিক্ৰীৰে জীৱিকা উপাৰ্জনৰ পথ বাচি ল’লে কন্ঠশিল্পী মাজুলী সোণোৱালে
-
By publisher
Related Content
Shoot Out At Sweden:ছুইডেনৰ শিক্ষা প্রতিষ্ঠানত বন্দুকধাৰীৰ আক্ৰমণ
By
publisher
February 5, 2025
Viral Monalisa Gets A Makeover After Returning Home From MohaKumbh Mela:মহাকুম্ভই সলনি কৰিলে মনালিছাৰ জীৱন
By
publisher
February 5, 2025
Groom Dances To 'Choli Ke Peeche Kya Hai',Bride's Father Cancels Wedding In Delhi:বলিউডৰ গীতত নৃত্য কৰিলে দৰাই
By
publisher
February 5, 2025
Two more cheetah cubs born in Kuno National Park:কুনু ৰাষ্ট্ৰীয় উদ্যানত দুটা পোৱালি জন্ম দিলে চিতাই
By
publisher
February 5, 2025
SC has reprimanded the Assam govt for not repatriating 63 declared foreigners:শুভ মুহূর্তলৈ অপেক্ষা কৰিছে নেকি!
By
publisher
February 5, 2025