Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে

    দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Bollywood

Viral Monalisa Gets A Makeover After Returning Home From MohaKumbh Mela:মহাকুম্ভই সলনি কৰিলে মনালিছাৰ জীৱন

'ডায়েৰী অৱ মণিপুৰ'ৰ জৰিয়তে বলিউডত অভিষেক

publisher by publisher
February 5, 2025
in Bollywood, India, News
Reading Time: 2 mins read
0
Viral Monalisa Gets A Makeover After Returning Home From MohaKumbh Mela:মহাকুম্ভই সলনি কৰিলে মনালিছাৰ জীৱন
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

শ্বুটিঙৰ মাজতে গুৰুতৰভাৱে আহত বলিউডৰ ‘কিং’ শ্বাহৰুখ 

MahaKumbh:যোগী আয়োজিত’ মহাকুম্ভত ভুলত্ৰুটিৰ ক্ষমা প্রার্থী মোডী

Chief Minister in Prayagraj:মহাকুম্ভৰ ত্ৰিবেণী সংগমত সপৰিয়ালে স্নান মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ

Viral Monalisa Gets A Makeover After Returning Home From MohaKumbh Mela:

প্রয়াগৰাজত ভৰি দিয়াৰ পাছত নিশাৰ ভিতৰতে চাঞ্চল্যৰ সৃষ্টি কৰিছে মনালিছা ভোছলেই। যাক লৈ বর্তমান সমগ্র দেশতে উৎসুকতা বিয়পি পৰিছে। কুম্ভ মেলাত মালা বিক্ৰী কৰিবলৈ অহাৰ পাছত এইগৰাকী যুৱতীয়ে গ্লেমাৰ জগতৰ পৰা আমন্ত্ৰণ পালে।

ADVERTISEMENT

ইয়াৰ পূৰ্বেও চর্চা হৈছিল যে তেওঁ আল্লু অর্জুনৰ নায়িকা হ’ব। সেই জল্পনা-কল্পনাৰ মাজতে মনালিছাৰ বলিউডত অভিষেক ঘটাৰ খবৰ ‘আহিল। যদিও দক্ষিণ ভাৰতীয় চলচ্চিত্র জগতৰ খবৰ এতিয়াও চূড়ান্ত হোৱা নাই, তথাপিও হিন্দী মনোৰঞ্জন জগতত ভৰি দিয়াটো নিশ্চিত মনালিছা ভোছলে।

মহাকুম্ভৰ এই ভাইৰেল তাৰকাগৰাকীয়ে সনোজ মিশ্ৰৰ পৰিচালনাত নির্মিত হ’ব লগা ‘মণিপুৰৰ ডায়েৰী’ ছবিত অভিনয় কৰিবলৈ ওলাইছে। যিয়ে ইয়াৰ পূৰ্বে ‘দ্য ডায়েৰী অৱ বেষ্ট বেংগল’ ছবিখন পৰিচালনা কৰিছিল। অৱশ্যে সেই চিনেমাখনে কেতিয়াও দিনৰ পোহৰ দেখা নাপালে।

শেহতীয়াকৈ পৰিচালকগৰাকীয়ে নিজেই মনালিছাৰ মহেশ্বৰৰ ঘৰলৈ গৈছিল। তাৰ পৰাই সনোজ মিশ্রই এখন ছবি পোষ্ট কৰি মনালিছাৰ বলীউডত অভিষেক ঘটোৱাৰ কথা ঘোষণা কৰে। জানিব পৰা মতে অহা ফেব্ৰুৱাৰী মাহত ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব। তাত কুম্ভ মেলাৰ পৰা ভাইৰেল হোৱা মনালিছায়ো যোগ দিব। পৰিচালনাৰ উপৰিও সনোজ নিজেই ‘মণিপুৰৰ ডায়েৰী’ ছবিখনৰ কাহিনীকাৰো।

ইয়াৰ পূৰ্বে খবৰ ওলাইছিল – যে দক্ষিণৰ মনোৰঞ্জন জগতৰ পৰা মনালিছালৈ হেনো ফোন আহিছে। আল্লু অর্জুনে হেনো তেওঁক ‘পুষ্পা-৩’ত নায়িকা হিচাপে অভিনয় কৰাব বিচাৰিছে। যদি সচাঁকৈয়ে এনেকুৱা হয়, তেন্তে ভাগ্যৰ চকৰিটো ঘূৰি গৈছে! স্কুলৰ দুৱাৰমুখ কেতিয়াও পাৰ নোহোৱা ছোৱালীজনী। ঘৰত পিতৃ-মাতৃ। একমাত্র উপাৰ্জনকাৰী। পাথৰৰ মালা বিক্রী কৰাটোৱে পেছা।
ভাইৰেল হোৱাৰ পাছত বিৰক্ত যুৱতীগৰাকীয়ে কয়, ‘মই বনোৱা মালাতকৈও মানুহে মোৰ প্ৰতি বেছি আগ্রহী। বিক্রী নাই। য’তেই যাওঁ মোৰ পিছে পিছে মানুহ দৌৰিছে। এই বছৰৰ মেলাখনে মোৰ সৰ্বনাশ কৰি পেলালে।’ এই কথাত তেওঁৰ পৰিয়ালৰ লোক ইমানেই বিৰক্ত যে মনালিছাক কুম্ভমেলাৰ পৰা আঁতৰাই নি খাৰগাঁও জিলাৰ মহেশ্বৰত থকা ঘৰলৈ পঠিয়াই দিয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: bollywood actingMahakumbh MelaViral Monalisa
publisher

publisher

Related Posts

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

September 5, 2026
শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক
Assam

শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

September 5, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

September 5, 2026
দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’
Entertainment

দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

September 5, 2026
অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে
International

অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান
Assam

দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d